Business নয়ডাত এ টি এছৰ বৃহৎ সফলতা: হত্যাৰ ষড়যন্ত্ৰত জড়িত আই এছ আইৰ দুই এজেণ্ট গ্ৰেপ্তাৰ April 25, 2026 Sonakshi Sarkar সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত এটা ভয়ংকৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ কূটাঘাতমূলক পৰিকল্পনা নসাৎ কৰিবলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা। বৃহস্পতিবাৰে নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মীৰাটৰ তুষাৰ চৌহান ওৰফে…
Business মেদান্তা হাস্পতালে কেনেদৰে ৰবটিক অস্ত্ৰোপচাৰৰ জৰিয়তে ৰূপান্তৰ ঘটাইছে বৃক্ক প্ৰত্যাৰোপণৰ April 25, 2026 Business Bureau গুৰুগ্ৰামস্থিত গ্লবেল হেল্থ লিমিটেড(মেদান্তা)-এ বৃহস্পতিবাৰে কয় যে ৰবটিক সহায়ক অস্ত্ৰোপচাৰে ৰোগীৰ বিষ, ৰক্তক্ষৰণ আৰু আৰোগ্য লাভৰ সময় হ্ৰাস কৰা নূন্যতম শৈল্য চিকিত্সা পদ্ধতিৰ জৰিয়তে জটিল পদ্ধতিসমূহ সক্ষম কৰি বৃক্ক সংৰোপণৰ…
Business পৱন খেৰাৰ পক্ষত থিয় হৈ জয়ৰাম ৰমেশৰ মন্তব্য: ভয়-ভাবুকিৰ ৰাজনীতিৰ বিৰুদ্ধে ন্যায়ৰ জয় নিশ্চিত April 25, 2026 Sonakshi Sarkar অসমৰ এক বিতৰ্কিত গোচৰত কংগ্ৰেছ নেতা পৱন খেৰাৰ আইনী জটিলতা বৃদ্ধি পোৱাৰ সময়তে তেওঁৰ পক্ষত থিয় দিছে কংগ্ৰেছ নেতৃত্ব। ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ ওপৰত অৱশেষত ন্যায়ৰ জয় হ’ব। এই আত্মবিশ্বাস…
Business “সন্দেহৰ অৱকাশ নাই”: ভাৰত বিশ্বগুৰু হ’ব বুলি আত্মবিশ্বাসী মন্তব্য মোহন ভাগৱতৰ April 25, 2026 Sonakshi Sarkar ভাৰত নিশ্চিতভাৱে বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হ’ব। দেশৰ ভৱিষ্যতক লৈ কোনেও মনত কোনো ধৰণৰ সন্দেহ পুহি ৰখা উচিত নহয়। শুকুৰবাৰে এই মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত আয়োজিত…
Business ভাৰতীয় ৰিজাৰ্ভ বেংক ৰ কঠোৰ ব্যৱস্থা: পেটিএম পেমেণ্ট বেংকৰ লাইচেঞ্চ বাতিল, সেৱা স্থগিত April 25, 2026 Sonakshi Sarkar বন্ধ হৈ পৰিল পেটিএম পেমেণ্ট বেংক! গ্ৰাহকৰ ধন অসুৰক্ষিত হোৱাৰ অভিযোগৰ পাছতে বেংকটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰিজাৰ্ভ বেংকে। ইয়াৰ পাছতে ২৪ এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পেটিএম পেমেণ্ট বেংক…
Business প্ৰাক্তন সেনাপ্ৰধান মনোজ মুকুন্দ নাৰৱানেৰ প্ৰতিক্ৰিয়াই চাঞ্চল্য: কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক লৈ নতুন তথ্য প্ৰকাশ April 25, 2026 Sonakshi Sarkar প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰৱণেৰ অপ্ৰকাশিত স্মৃতিকথাৰ বিতৰ্কিত অংশই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। ‘ফোৰ ষ্টাৰ্ছ অফ ডেষ্টিনি’ শীৰ্ষক এই গ্ৰন্থখনত উল্লিখিত ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ প্ৰসংগত শেহতীয়াকৈ মুখ খুলিছে…
Business নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে মনোনীত অশোক লাহিড়ী; বিজ্ঞানী গোবৰ্ধন দাসকো গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কেন্দ্ৰীয় চৰকাৰৰ April 25, 2026 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ অন্যতম উপাধ্যক্ষ হিচাপে মনোনীত হ’ল বিশিষ্ট অৰ্থনীতিবিদ তথা পশ্চিমবংগৰ বালুৰঘাট সমষ্টিৰ বিদায়ী বিজেপি বিধায়ক অশোক লাহিড়ী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শুকুৰবাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত অশোক…
Business মণিপুৰত নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান; চাণ্ডেলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু চুৰাচান্দপুৰত হেৰ’ইনসহ তিনি ধৃত April 25, 2026 Sonakshi Sarkar মণিপুৰত উগ্ৰপন্থী আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। শুকুৰবাৰে চাণ্ডেল জিলাৰ মৌলচাম আৰক্ষী থানাৰ অন্তৰ্গত খুমকোট গাঁৱত অভিযান চলাই নিৰাপত্তাৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফেৰক…
Business তামুলপুৰ কঁপাই দিলে পথ দুৰ্ঘটনা: ট্ৰাক আৰু ট্ৰেভেলাৰৰ সংঘৰ্ষত নিশামণিৰ কৰুণ মৃত্যু April 25, 2026 Sonakshi Sarkar ব’হাগৰ উছাহৰ মাজত বিহু গাই ওভতাৰ বাটতে নিশা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে। তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত এই শোকাবহ ঘটনাত নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ নিশামণি…
Business ন্যায় পালে অভি নীলে April 24, 2026 Dipshikha নগাঁও আদালতে সোমবাৰে বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছত আজি ন্যায়ালত শাস্তি ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে।অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে এই ঘটনাত…