Category: Business

সেউজ এলপিজি বিতৰণক ত্বৰান্বিত কৰিবলৈ টিভিএচ মটৰ আৰু ইণ্ডিয়ান অইলৰ সহযোগিতা

টিভিএচ মটৰ কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড-এ সমগ্ৰ ভাৰতজুৰি বহনক্ষম উপায়েৰে অন্তিম পৰ্যায়ৰ এলপিজি চিলিণ্ডাৰ বিতৰণ প্ৰক্ৰিয়াক প্ৰসাৰিত কৰিবলৈ এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ অধীনত ইণ্ডিয়ান অইলৰ…

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট

পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ । পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ…

ভিয়েটনামত স্পীডবোট দুৰ্ঘটনা; ১৫ জনৰ মৃত্যুৰ আশংকা, আছিল ৩২ ভাৰতীয় পৰ্যটক

ভিয়েটনামত সংঘটিত এক স্পীডবোট দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতীয়সহ ডজনৰো অধিক পৰ্যটকে। শনিবাৰে দেশখনৰ ফুকুৱক দ্বীপৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ভিএন এক্সপ্ৰেছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি, হন মে ৰুটৰ পৰা…

মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো

”মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো !মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, ৫০ হাজাৰ মানুহৰ চাকৰি খাইছো বুলি কৈছে। এচাম মানুহে ইমান উঠি- পৰি লাগিছে…

সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত…

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা…

নিজৰ মাটিতে মই মৰিব খোজো

‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ…

প্ৰতিটো শ্বেয়াৰত ৫৪৫–৫৭৪ টকাৰ প্ৰাইচ বেণ্ডৰ সৈতে ১৪ জুলাইত মুকলি হ’ব এছবিআই ফাণ্ডচ মেনেজমেণ্টৰ আইপিঅ’

এছবিআই ফাণ্ডচ মেনেজমেণ্ট লিমিটেডে ঘোষণা কৰিছে যে নিজৰ প্ৰথমটো আইপিঅ’ অহা ১৪ জুলাইত জনসাধাৰণৰ গ্ৰাহকভুক্তিৰ বাবে মুকলি হ’ব আৰু ১৬ জুলাইত বন্ধ হ’ব। ১ টকা ফেচ ভেল্যুৰ প্ৰতিটো ইকুইটি শ্বেয়াৰৰ…

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ…

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি। অচিৰেই এই নতুন নিয়ম…