Category: Business

ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

লাখ লাখ জনতাৰ সমাগমৰ মাজতে পূব ইৰাণত থকা খোমেনেইৰ গৃহ চহৰ মাছহাদৰ ইমাম ৰেজাৰ মছজিদলৈ লৈ যোৱা হৈছিল পতাকাৰে আবৃত তেওঁৰ কফিনটো ৷খোমেনেইৰ পুত্ৰ তথা উত্তৰাধিকাৰী মোজতাবা খোমেনেই ৰাজহুৱাভাৱে উপস্থিত…

লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক । ধৰাশায়ী হ’ল দুই জালনোট সৰবৰাহকাৰী ।শেহতীয়া খবৰ অনুসৰি, কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত বৃহস্পতিবাৰে…

আইআইএমএ ভেঞ্চাৰ্ছ আৰু এছএপি-ৰ উদ্যোগত উত্তৰ-পূব গ্ৰ’থ লেবৰ দ্বিতীয় সংস্কৰণৰ বাবে আবেদন আহ্বান

আইআইএমএ ভেঞ্চাৰ্ছ ‘এছএপি-ৰ সৈতে অংশীদাৰিত্ব কৰি নৰ্থ-ইষ্ট গ্ৰ’থ লেব’(এনইজিএল)-ৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱন আৰু ব্যৱসায়িক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ ২৫টা উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ আৰু সামাজিক প্ৰতিষ্ঠানৰ পৰা…

১,০০০ কোটি টকীয়া আৰটিডি বজাৰ দখলৰ উদ্দেশ্যেৰে ৰাস্নাৰ জপিন পৰ্টফলিঅ’ত ১ লিটাৰৰ পেকেটৰ সম্প্ৰসাৰণ

ৰাস্না প্ৰাইভেট লিমিটেডে সমগ্ৰ দেশজুৰি জপিন ১-লিটাৰ টেট্ৰা পেক কাৰ্টন মুকলি কৰি নিজৰ ৰেডী-টু-ড্ৰিংক পানীয়ৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ আনুমানিক ১,০০০ কোটি টকীয়া প্ৰিমিয়াম আৰটিডি ফলৰ পানীয়ৰ…

এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ

অৱসৰপ্ৰাপ্ত এগৰাকী পৰিবহন বিষয়াৰ সম্পত্তিয়ে চকু কপালত তুলিছে আৰক্ষীৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance Team) এক অভিযানত এজন অৱসৰপ্ৰাপ্ত পৰিবহণ বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কেইবা কোটি টকাৰ…

পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন…

ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…। বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত…

অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে

এইবাৰ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, বুধবাৰে লোহিত জিলাৰ লোহিতপুৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে, যাৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা…

কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য’তে-ত’তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত…

স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ চনৰ প্ৰথমাৰ্ধত ৩৮,৮৯৪খন বাহন বিক্ৰী কৰি এইপৰ্যন্ত সৰ্বাধিক অৰ্ধ-বাৰ্ষিক বিক্ৰীৰ অভিলেখ গঢ়িছে, যি যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৭.৫ শতাংশ অধিক। ২০২৫ চনত কোম্পানীটোৱে সৰ্বাধিক বাৰ্ষিক…