লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক । ধৰাশায়ী হ’ল দুই জালনোট সৰবৰাহকাৰী ।
শেহতীয়া খবৰ অনুসৰি, কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত বৃহস্পতিবাৰে নিশা গৰজিল উঠিল আৰক্ষীৰ বন্দুক ।আৰক্ষীৰ গুলীত আহত হয় মুকছিদুল আলম আৰু মতিবুৰ ৰহমান নামৰ দুই অভিযুক্ত ৷ সম্প্ৰতি আহত ধৃত দুই অভিযুক্ত চিকিৎসাধীন হৈ আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *