Business দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ July 26, 2026 Dipshikha কাৰ্গিল বিজয় দিৱস কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।দেশজুৰি উদযাপন…
Business গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত সোণৰ পদক লাভ খাদিজা আখতাৱৰ July 26, 2026 Dipshikha বিশ্ববিদ্যালয়খনৰ অধীনস্থ ২৭২ খন মহাবিদ্যালয়ৰ কোটি কোটি শিক্ষাৰ্থীৰ মাজৰ পৰা ইংৰাজী মেজৰত শীৰ্ষস্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে খাদিজাই।গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে…
Business অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ July 26, 2026 Dipshikha অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টৰ জৰিয়তে অসমৰ বানত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে…
Business বানত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৫ লৈ বৃদ্ধি July 26, 2026 Dipshikha অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও প্ৰায় ৬.৫৫ লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ জলবন্দী অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।উল্লেখ্য যে, বানৰ মাজতে শনিবাৰে ৰাজ্যখনত পুনৰ চাৰিজন…
Business গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এন চি চিৰ সপ্তম আসাম বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি July 24, 2026 Sonakshi Sarkar ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ সপ্তম আসাম বেটেলিয়ানৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত ২০২৬ বৰ্ষৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে ।…
Business কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে July 24, 2026 Dipshikha অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁ অনশন আৰম্ভ কৰিছিল ৷…
Business নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী July 24, 2026 Dipshikha নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে…
Business ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে July 24, 2026 Dipshikha ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত…
Business বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন July 24, 2026 Dipshikha যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে…
Business অসমত বৰ্ধিত চাহিদাৰ বাবে ষ্টাৰ হেল্থে বৃদ্ধি কৰিছে বৰ্ষাকালীন স্বাস্থ্যসেৱা July 24, 2026 Business Bureau ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ৰাজ্যখনত মৌচুমী বতৰৰ আগমনৰ লগে লগে ডেংগু, মেলেৰিয়া, জ্বৰ আৰু অন্যান্য সংক্ৰামক ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ভাৰ্চুৱেল চিকিত্সক পৰামৰ্শ…