নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে নিশা এক পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অৱগত কৰাৰ লগতে স্থানীয় ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায় ৷ কিয়নো নীপকোৱে এৰি দিয়া পানী দৈয়াং নদীৰে বৈ আহি সৰুপথাৰ সমষ্টিৰ লগতে গোলাঘাটৰ ভিন্নস্থানত তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ৷ Share this:FacebookX Related Post navigation ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভাঙিলে সোণম ৱাংচুকে