Category: Business

কৃষ্ণা জুৱেলাৰীয়ে কোকৰাঝাৰলৈ লৈ আহিছে ফেষ্টিভ লাকী ড্ৰ’

ৰাজ্যত আৰম্ভ হোৱা উৎসৱৰ এই আনন্দময় পৰিৱেশক আৰু অধিক আকৰ্ষণীয় আৰু জীপাল কৰি তুলিবলৈ কোকৰাঝাৰত ‘বাম্পাৰ লাকী ড্ৰ ২৫’ উদ্বোধন কৰিছে গহণাৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে। কোকৰাঝাৰৰ…

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে জিৰ’ উৎসৱ

অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰীয়া ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২০২৫ বৰ্ষৰ জিৰ’ উৎসৱ ২৫–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু…

এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে

ক্ৰিকেটাৰ বিৰাট কোহলীৰ চুৰাটৰ এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে ।অংকিত পেটেল নামৰ এইগৰাকী অনুৰাগীয়ে খেলপথাৰত বিৰাট কোহলীৰ প্ৰদৰ্শনত ইমানেই আপ্লুত যে তেওঁ বিৰাট কোহলীক ক্ৰিকেটৰ…

প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত

প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভাৰতৰ এই শক্তি দেখি এতিয়া থৰ থৰকৈ কপিঁছে পাকিস্তান। এতিয়াৰে পৰা ভাৰতে চলন্ত ৰে’লৰ পৰাও নিক্ষেপ কৰিব পাৰিব মিছাইল। ভাৰতীয় ৰেলৱে আৰু ভাৰতীয় সেনাই…

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব । একাংশই জুবিন গাৰ্গক ব্যক্তিগত ‘ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ক’লে মুখ্যমন্ত্ৰীয়ে ৷জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এছ…

বিৰলা ফাৰ্টলিটী এণ্ড আইভিএফ গুৱাহাটীয়ে ব্যৱহাৰ কৰিছে উন্নত মাইক্ৰ’ টিইএছই প্ৰযুক্তি, গুৰুতৰ অণ্ডকোষ বিকল সমস্যাৰ ক্ষেত্ৰত লাভ কৰিছে বিৰল সফলতা

বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফ গুৱাহাটীয়ে পুৰুষৰ বন্ধ্যাত্বৰ এক অতি জটিল ক্ষেত্ৰত এক বিৰল চিকিত্সাজনিত অগ্ৰগতি লাভ কৰিছে—অণ্ডকোষৰ পৰিমাণ অতি কম থকা নন-অবষ্ট্ৰাক্টিভ এজ’স্পাৰ্মিয়া, যি অৱস্থাত শুক্ৰাণু উৎপাদন প্ৰায় অনুপস্থিত বা…

অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি

অৱশেষত বলীউডৰ কিং শ্বাহৰুখ খানে লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি। তিনি দশকৰো অধিক সময় হিন্দী চিনেমা জগতত শাসন কৰাৰ পাছত “জৱান” ছবিখনে কিং খানক এই সন্মান উপহাৰ দিয়ে। এই ছবিখনত কৰা…

জুবিন গাৰ্গে যি কয় তাকেই পাৰ্থই শুনিছিল…

জুবিন গাৰ্গে যি কয় তাকেই পাৰ্থই শুনিছিল । পাৰ্থৰ জন্মদিনত জুবিনে যি কৰিবলৈ দিয়ে তাকেই কৰিছিল ৷গহপুৰৰ জুবিন বলিয়া বিবাহিত যুৱকজনৰ নাম পাৰ্থ বৰকটকী (৪১) । অৱশ্য়ে যুৱকজন বিবাহিত যদিও…

জনতাৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই আজি সকলো ম্ৰিয়মান

জনতাৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই আজি সকলো ম্ৰিয়মান । ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুক আজিও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে । সোণাপুৰৰ সেউজীয়াৰ…

মধুৰিআমৰ পাত চুলিৰ ঔষধ

আজিকালি অধিকাংশ লোকৰে এটা সাধাৰণ সমস্যা হৈছে চুলি সৰাৰ সমস্যা। যিয়ে কেৱল সৌন্দৰ্যই নহয়, আত্মবিশ্বাসকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। ডাঠ, ক’লা আৰু শক্তিশালী চুলি সকলোৰে কাম্য।চুলিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে…