Category: Assam

আধুনিক ভাৰতৰ নতুন প্ৰতীক ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে; উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উত্তৰ প্ৰদেশৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ ইতিহাসত বুধবাৰে সংযোজিত হ’ল এক সোণালী অধ্যায়। ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰিব পৰা ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে দেশবাসীৰ বাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা জব্দ; জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতৰ কঠোৰ নিৰ্দেশ

আইনী মেৰপাকত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য। প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ প্ৰতিষ্ঠানটো…

ইভিএমৰ বিজেপিৰ বুটামৰ ওপৰত টেপ লগোৱাৰ অভিযোগ! ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পশ্চিমবংগ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পোহৰলৈ অহা এক গুৰুতৰ অনিয়মে এতিয়া উত্তপ্ত কৰি তুলিছে ৰাজ্যখনৰ ৰাজনীতি। ইভিএম মেচিনত বিজেপি প্ৰাৰ্থীৰ বুটাম টেপেৰে অৱৰুদ্ধ কৰাৰ অভিযোগে ডায়মণ্ড হাৰবাৰৰ ফাল্টা…

ঘৃণাভাষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; এফআইআৰ দাখিলৰ বাবে আৰক্ষীক নিৰ্দেশ

ঘৃণামূলক ভাষণ আৰু উৰাবাতৰিয়ে সমাজৰ ধৰ্মনিৰপেক্ষতা তথা ভাতৃত্ববোধ প্ৰতি মুহূৰ্ততে বিনষ্ট কৰে। দেশত অব্যাহত থকা ঘৃণাভাষণৰ গোচৰ সন্দৰ্ভত বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়ায় উচ্চতম ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰক এই সামাজিক ব্যাধি…

গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথৰ বিধ্বস্ত ৰূপ; যিকোনো মূহুৰ্তত ভয়াবহ দুৰ্ঘটনাৰ আশংকা

গুৱাহাটী মহানগৰীৰ গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথচোৱাৰ বিধ্বস্ত ৰূপৰ বাবে যিকোনো মূহুৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ…

মেঘালয়ৰ হনিমুন মাৰ্ডাৰ কেচ; স্বামীহন্তা সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ আদালতৰ

জামিন পালে সোণম ৰঘুবংশীয়ে! মেঘালয়ত মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰা সোণম ৰঘুবংশীক শ্বিলঙৰ এখন আদালতে প্ৰদান কৰে জামিন। ভাড়াতীয়া হত্যাকাৰীৰ জৰিয়তে নিজৰ নৱবিবাহিত স্বামী ৰাজাক নিৰ্যাতন…

বংগৰ ফুটবল প্ৰেমক প্ৰভাৱিক কৰিবলৈ মোদীৰ অভিনৱ কৌশল! গেংটকত দুভৰিৰ যাদু প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ছিকিম ৰাজ্য গঠনৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে ৰাজ্যখনৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে গেংটকৰ এখন…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত বৰ্ষৰ ফলাফল; ছাত্ৰক চেৰ পেলাই সাফল্য ছাত্ৰীৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আজি পুৱা ১০:৩০ বজাৰ লগে লগে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে মুকলি কৰিলে উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এতিয়া পৰিষদৰ আনুষ্ঠানিক…

ধুবুৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ তিনি স্কুলীয়া ছাত্ৰী; চিন্তিত পৰিয়ালৰ আৰক্ষীক এজাহাৰ

স্কুললৈ বুলি ওলাই যোৱা তিনিগৰাকী কিশোৰীৰ ৰহস্যজনক অন্তৰ্ধানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীৰ ফকীৰগঞ্জত। জিলাখনৰ বালাটাৰী গাঁৱৰ পৰা পোহৰলৈ অহা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰীকেইগৰাকীৰ পৰিয়ালক। সোমবাৰে পুৱা…

কাংপোকপিত টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ চেষ্টা; মণিপুৰ আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত

মণিপুৰৰ কাংপোকপি জিলাৰ দাইলি গাঁৱত এটা টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ অপচেষ্টা চলোৱা তিনিজন দুৰ্বৃত্তক সোমবাৰে গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে। কাংপোকপি আৰক্ষী থানাত ৰুজু হোৱা এখন এজাহাৰৰ ভিত্তিত চলোৱা তদন্তৰ পাছতেই…