Category: Assam

এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

মানুহ আৰু বান্দৰৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাত হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। লোকালয়ত প্ৰৱেশ কৰা বান্দৰসমূহক সুৰক্ষিতভাৱে ধৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিলে প্ৰতিটো বান্দৰৰ…

মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তৰমুজ খোৱাটোৱেই কাল হ’ল মুম্বাইৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ বাবে। মহানগৰীখনৰ পাইধুনী অঞ্চলত সংঘটিত এই সন্দেহজনক খাদ্যত বিষক্ৰিয়াৰ ঘটনাত ৪০ বছৰীয়া স্বামী, ৩৫ বছৰীয়া পত্নী আৰু…

বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

গেৰুৱা শিবিৰত যোগদান কৰাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ দল আম আদমী পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। দলটোৰ আভ্যন্তৰীণ পৰিৱেশ বৰ্তমান অত্যন্ত বিষাক্ত হৈ পৰা…

প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পকেটত ৰাখক পিঁয়াজঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰামৰ্শ

উত্তৰ ভাৰতত অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজতে দেওবাৰে এক ব্যতিক্ৰমী পৰম্পৰাগত বিধান আগবঢ়াই চৰ্চালৈ আহে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিছোৰত এটা নতুন তহচিল ভৱন উদ্বোধন কৰি…

প্ৰচণ্ড গৰমৰ পৰা সকাহ; আগন্তুক ২৪ ঘণ্টাত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ

ব’হাগৰ উমাল বতৰৰ মাজতে ৰাজ্যজুৰি অব্যাহত থকা বৰষুণৰ প্ৰকোপে হ্ৰাস কৰি ৰাখিছে তাপমাত্ৰা। চ’তৰ শেষৰ পৰাই হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বাভাৱিকতকৈ বহু পৰিমাণে কমিছে গৰমৰ প্ৰকোপ। দেওবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ…

নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত নিৰাপত্তাৰক্ষীৰ পৃথক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) আৰু এন এচ চি এন (আইএম)ৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে নিশা…

ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ডিটেনচন চেণ্টাৰত বঙালী হিন্দুসকলক আৱদ্ধ কৰি ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ কোনো এটা শিবিৰতে…

ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন

পৰিৱেশ ৰক্ষাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰ এপ্ৰিলত পালন কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ে ২২ এপ্ৰিলত জয়পুৰ বনগাঁৱত পালন কৰে বিশ্ব ধৰিত্ৰী…

কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ

জামিন লাভ কৰিলে কাৰাবন্দী সাংসদ অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা তেওঁৰ কোঠাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হোৱাৰ গোচৰত শুকুৰবাৰে ডিব্ৰুগড় আদালতে সাংসদগৰাকীক জামিন প্ৰদান কৰে। জিলাখনৰ ২১/২০২৪ নম্বৰৰ এই…

বিজেপিত যোগদান ৰাঘৱ চাড্ডা সহ ৭ সাংসদৰ; আম আদমি পাৰ্টিত ভয়ংকৰ

আম আদমি পাৰ্টি ত্যাগ কৰিলে সাংসদ ৰাঘৱ চাড্ডাই। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ পাছত শুকুৰবাৰে ৰাজ্যসভাৰ সাতগৰাকী সাংসদৰ সৈতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৰাঘৱ চাড্ডাৰ…