Assam থানাত সোঁশৰীৰে উপস্থিত ‘মৃত’ মহিলা! হত্যাৰ গোচৰত কাৰাবন্দী পিতৃ, ভাতৃক মুকলি কৰি দিয়াৰ দাবী May 29, 2026 Paromita চৰকাৰী কাগজ-পত্ৰত ‘মৃত’ বুলি ঘোষণা কৰা এগৰাকী ২৬ বছৰীয়া যুৱতী হঠাতে আৰক্ষী থানাত উপস্থিত হোৱাৰ এক অভূতপূৰ্ব ঘটনাই জোকাৰি গৈছে দুখনকৈ ৰাজ্য। মহাৰাষ্ট্ৰ আৰক্ষীৰ এক চৰম দায়িত্বহীনতা আৰু ত্ৰুটিপূৰ্ণ তদন্তৰ…
Assam উত্তৰ গুৱাহাটীত শোকাবহ পথ দুৰ্ঘটনা! তীব্ৰবেগী বিলাসী বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৩ May 29, 2026 Sonakshi Sarkar বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনিগৰাকীকৈ লোকে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই শোকাবহ…
Assam হৃদয়বিদাৰক! লোভনীয় চাকৰি ত্যাগ কৰি খেতিত ধৰিছিল ৰোশন বালাকৃষ্ণ! কিন্তু বজ্ৰপাতে কাঢ়িলে প্ৰাণ May 28, 2026 Paromita প্ৰতিষ্ঠিত কোম্পানীৰ লোভনীয় চাকৰি ত্যাগ কৰি কৃষি কাৰ্যত লাগিছিল ৰোশন। কিন্তু পথাৰৰ মাজত কাম কৰি থাকোতেই ভয়ংকৰ বজ্ৰপাতত হেৰুৱাবলগীয়া হ’ল প্ৰাণ। কৰ্ণাটকৰ মহীশূৰ জিলাত সংঘটিত বজ্ৰপাতত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোচকলু ৰোশন…
Assam ‘মিঞা মুছলমান’ বিতৰ্ক! মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ দিল্লী আদালতৰ জাননী May 28, 2026 Paromita ‘মিঞা মুছলমান’সকলক লৈ কৰা এক বিতৰ্কিত আৰু উত্তেজক মন্তব্যৰ বাবে অৱশেষত আইনী মেৰপেচত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এই জ্যেষ্ঠ নেতাজনক আদালতৰ মজিয়ালৈ টানি আনি এখন…
Assam কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু May 28, 2026 Paromita নিশা বিদ্যালয় আৱাসত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ১৬ গৰাকীকৈ কিশোৰীয়ে। কেনিয়াৰ ৰিফ্ট ভেলী অঞ্চলৰ এখন চৰকাৰী বালিকা বিদ্যালয়ৰ আৱাসিক গৃহত অৰ্ধৰাত্ৰি সংঘটিত হয় এই বুকু কঁপি…
Assam মৰ্মান্তিক! গাৰ ওপৰত গছৰ ডাল পৰি মৃত্যু যুৱকৰ May 28, 2026 Paromita কাম কৰি থকা অৱস্থাতে হঠাতে গছৰ ডাল ভাঙি মূৰত পৰাৰ ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন চফল যুৱকে। থিতাতে প্ৰাণ হেৰুওৱা এই দুৰ্ভগীয়া যুৱকজন বকো সমষ্টিৰ চন্দ্ৰা গাঁৱৰ ৩২…
Assam অহা পাঁচ বছৰত পুনৰ চৰকাৰী নিযুক্তি লাভ কৰিব ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে May 28, 2026 Paromita নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে আৰু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী আঁচনি। ৰাজ্যত তৃতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট…
Assam কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ, শিৱকুমাৰ হ’ব নতুন মুখ্যমন্ত্ৰী May 28, 2026 Paromita দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ শাসনভাৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ মাজতে অৱশেষত সলনি হ’ল ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট। নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে…
Assam চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্য! ৯ মহীয়া শিশুৰ হাওঁফাওঁৰ পৰা আধুনিক পদ্ধতিৰে উলিওৱা হ’ল এল ই ডি বাল্ব May 28, 2026 Paromita আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব কৃতিত্বই অৱশেষত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল এটি ৯ মহীয়া দেৱশিশুৰ। ঘৰৰ ভিতৰত খেলি থকাৰ সময়তে পৰিয়ালৰ অলক্ষিতে এটি অতি সৰু এল ই ডি বাল্ব মুখত…
Assam অসম প্ৰিমিয়াৰ লীগ ২০২৬: খেলুৱৈ পঞ্জীয়ন আৰম্ভ, ৩০ মে’লৈকে অনলাইন আবেদন May 27, 2026 Tarali অসম ক্ৰিকেট সন্থাই (ACA) অসম প্ৰিমিয়াৰ লীগ (APL) ২০২৬-ৰ বাবে অনলাইন খেলুৱৈ পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে।টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক যোগ্য ক্ৰিকেটাৰসকলক এ চি এ…