Assam হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে, অসম এনডিএ ৩.০ চৰকাৰৰ বাবে মাৰ্গদৰ্শন বিচাৰিলে May 30, 2026 Tarali অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে শৰ্মাৰ এয়া প্ৰথম…
Assam ৰাজধানীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! ডাউদ ইব্ৰাহিমৰ নেটৱৰ্কৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ May 30, 2026 Paromita ৰাষ্ট্ৰীয় ৰাজধানীত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ সক্ষম হ’ল দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নেটৱৰ্ক আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত ৯টা সন্ত্ৰাসবাদীক শনিবাৰে…
Assam বেঙুনীয়া হব গুৱাহাটী মহানগৰী May 30, 2026 Paromita স্বচ্চ সুৰবেক্ষণক লৈ সাজু গুৱাহাটী পৌৰ নিগম। নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ণ সমিতিৰ মাজত হব স্বচ্চতাৰ এক প্ৰতিযোগিতা।অহা ১ জুনৰ পৰা ১৫ জুনলৈ আৰম্ভ হব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব।পঞ্জীয়ণ কৰা সমিতি সমূহৰ…
Assam কোকৰাঝাৰত বনভোজলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; ৫ যুৱক গুৰুতৰভাৱে আহত May 30, 2026 Paromita বনভোজ খাবলৈ যোৱাৰ পথতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাহন। কোকৰাঝাৰ জিলাৰ শিখনা জহ্লাও ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বিশ্বমূৰী-সৰলপাৰা পথৰ উল্টাপানীৰ সমীপত শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ…
Assam ৰাণীৰ সজ্জনপাৰাত বনৰীয়া হাতীয়ে ভাঙিলে কৃষকৰ ধানৰ ভৰাল May 30, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। আনকি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাণীৰ পাটগাওঁ , সজ্জনপাৰা আদি অঞ্চলৰ খেতিপথাৰ সমূহত বছৰ বছৰ ধৰি চলি আহিছে…
Assam বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান May 30, 2026 Sonakshi Sarkar উত্তৰ-পূব সীমান্ত ৰেলৱেই অহা পাঁচ জুনত উদযাপিত হবলগীয়া বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ইয়াৰ পৰিসেৱাই সামৰি লোৱা মণ্ডল আৰু ইউনিটসমূহত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী আৰু বিশেষ অভিযান আৰম্ভ…
Assam গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু May 30, 2026 Paromita ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ ধাৰা। এইবাৰ গোৱালপাৰা জিলাৰ মৰনৈ অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা গৰ্ভৱতী বন্যহস্তীৰ।…
Assam কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলাসহ দুজন May 30, 2026 Paromita ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নগাঁও জিলাৰ কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মহিলাসহ দুজনকৈ লোকে। অঞ্চলটোত দীৰ্ঘ সময় ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱে এতিয়া সাধাৰণ ৰাইজক আতংকিত কৰি…
Assam জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত খাৰিজ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন May 29, 2026 Paromita অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই হাইপ্ৰ’ফাইল গোচৰটোৰ প্ৰধান অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া…
Assam ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু May 29, 2026 Paromita ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন মালবাহী ট্ৰাকৰ পিছফালে এক তীব্ৰবেগী বলেৰ’ বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাসহ চাৰিগৰাকীকৈ লোকে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত…