Assam নলবাৰীৰ জাজিয়াবাৰীত সমগ্ৰ অসম অৰ্ধ মাৰাথান সম্পন্ন, বৰপেটাৰ ৰফিক আলী চেম্পিয়ন May 27, 2026 Tarali নলবাৰী জিলাৰ জাজিয়াবাৰীস্থিত ‘অল ৰাউণ্ডাৰ ক্লাৱ’ৰ উদ্যোগত আয়োজিত সমগ্ৰ অসম অৰ্ধ মাৰাথান প্ৰতিযোগিতা যোৱা ২৪ মে’ত সফলভাৱে সামৰণি পৰে। এই প্ৰতিযোগিতাত বৰপেটাৰ ৰফিক আলীয়ে প্ৰথম স্থান দখল কৰি চেম্পিয়নৰ সন্মান…
Assam অসম ৰাইফেলছৰ উদ্যোগত লোক্ৰাত ‘দেওবাৰে চাইকেল যাত্ৰা’ৰ ৭৫ সংখ্যক সংস্কৰণ সম্পন্ন May 27, 2026 Tarali অসম ৰাইফেলছৰ লোক্ৰা বেটেলিয়নৰ উদ্যোগত যোৱা ২৪ মে’ত শোণিতপুৰৰ লোক্ৰাত ‘দেওবাৰে চাইকেল যাত্ৰা’ (Sundays on Cycle)ৰ ৭৫ সংখ্যক সংস্কৰণ আয়োজন কৰা হয়। এই কাৰ্যসূচীত জোৱান, তেওঁলোকৰ পৰিয়াল আৰু শিশুসকলে অতি…
Assam মাত্ৰ ৫ টকাতে খাব পাৰিব মাছ-ভাতঃ বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ঘোষণা May 26, 2026 Paromita মাত্ৰ ৫ টকাৰ ৰেহাই মূল্যত সপ্তাহত দুদিনকৈ মাছ-ভাত যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে। ৰাজ্যখনৰ প্ৰায় ৪০০ খন নিৰ্দিষ্ট কেণ্টিনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এই খাদ্য যোগান…
Assam কুঁৱা খননৰ সময়তে মাটি খহি মৃত্যু পাঁচজন শ্ৰমিকৰ; মধ্য প্ৰদেশৰ পান্নাত শোকাকুল পৰিৱেশ May 26, 2026 Paromita কুঁৱা খননৰ সময়তে হঠাৎ খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ৫ জনকৈ শ্ৰমিকে। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মধ্য প্ৰদেশৰ পান্না জিলাৰ অজয়গড় ব্লকৰ অন্তৰ্গত বিহাৰপুৰৱা গাঁৱত…
Assam বিলাসীপাৰা ৰেলৱে ষ্টেচনত নিৰ্মীয়মাণ পানীৰ টেংকি খহি দুজন শ্ৰমিকৰ মৃত্যু; আহত ৪ May 26, 2026 Paromita নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ প্ৰকাণ্ড পানীৰ টেংকি খহি কৰুণ মৃত্যুক সাৱটি লয় দুজন শ্ৰমিকে। ধুবুৰী জিলাৰ বিলাসীপাৰা ৰে’লৱে ষ্টেচনত সংঘটিত এই মৰ্মান্তিক ঘটনাত আন চাৰিজন শ্ৰমিকো গুৰুতৰভাৱে আহত…
Assam বকৰি ঈদৰ পূৰ্বে গৰু কোৰবানী পৰিহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ May 26, 2026 Paromita পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা সদনত ভাষণ প্ৰদান কৰি তেওঁ এইবাৰ ঈদৰ সময়ত গৰু কোৰবানী…
Assam মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ May 26, 2026 Paromita মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদৰাজ্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদপেট্ৰ’ল-ডিজেল-অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰপেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।ৰজাঘৰীয়াৰ বিৰুদ্ধে হুংকাৰ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত তীব্ৰ…
Assam কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ May 26, 2026 Paromita অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত উপস্হিত হৈ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰি আশীষ লয়।উল্লেখ্য যে সোমবাৰে ভূটানৰ…
Assam নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী May 26, 2026 Paromita আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে পুৱতি নিশা জিলাখনৰ ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ…
Assam ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ May 26, 2026 Paromita ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত…