Assam আকৌ মাধমাৰ! পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ দেশজুৰি বৃদ্ধি পালে চি এন জিৰ মূল্য May 26, 2026 Paromita ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম পুনৰ ২ টকাকৈ বৃদ্ধি কৰা হ’ল চি এন জিৰ মূল্য। বিগত…
Assam জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ May 26, 2026 Paromita অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন। ৰাজ্যৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা…
Assam অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ May 26, 2026 Paromita ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ…
Assam জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন May 26, 2026 Sonakshi Sarkar বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ “ঈদ – উজ – আজহা” উপলক্ষে অহা ২৮ মে’ত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু…
Assam দ্য ডাউন টাউন স্কুল-ৰ ছাত্ৰ-ছাত্ৰীয়ে আকৌ এবাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে May 26, 2026 Sonakshi Sarkar ছাত্ৰ-ছাত্ৰীসকলে ২৩ মে’ৰ পৰা ২৫ মে’ ২০২৬ লৈকে Delhi Public School Khanapara-ত অনুষ্ঠিত হোৱা DPSK Youth Conclave 2026-ত সন্মানীয় Most Promising Delegation Award লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই শিক্ষাৰ্থীসকলৰ…
Assam ইমান আবেগিকভাৱে নল’বঃ ‘ককৰোচ’ মন্তব্যক লৈ দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্থিতি May 25, 2026 Paromita ন্যায়পালিকাক বদনাম কৰিবলৈ অনলাইনত চলি থকা বিভিন্ন বিতৰ্কিত চৰ্চাক লৈ কোনেও অতিমাত্ৰা স্পৰ্শকাতৰ বা আবেগিক হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে সোমবাৰে এক গোচৰৰ শুনানিত ভাগ…
Assam আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ May 25, 2026 Paromita গুজৰাটৰ আহমেদাবাদত ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইৰ এটি টকাৰ বাকচৰ পৰা ৮.৭ কোটি টকা সৰকাই লৈ যোৱাৰ এক চাঞ্চল্য্যকৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এটা চৰকাৰী বেংকৰ বিষয়াক।…
Assam অভিন্ন দেৱানী বিধি বিধেয়কক লৈ উত্তপ্ত বিধানসভা; শাসক-বিৰোধীৰ মাজত তীব্ৰ ৰাজনৈতিক বাদানুবাদ May 25, 2026 Paromita অসম বিধানসভাৰ চলিত বিশেষ অধিৱেশনত বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক উত্থাপন কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী…
Assam মেঘালয়ৰ পৰা অহা অভাৰলোড শিল পৰিবাহী ডাম্পাৰৰ চলাচলত যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৰাণীৰ ভিতৰুৱা অঞ্চলৰ বহু বাট – পথ May 23, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী ৰাণী অঞ্চলৰ পৰা অসমৰ শুকুৰবৰীয়া হৈ মেঘালয় সংযোগী এন ই চি পথটোৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ বহু বাট – পথ সম্প্ৰতি গধুৰ ট্ৰাক, ডাম্পাৰ আদিৰ চলাচলত বিধ্বস্ত…
Assam ৰাহুল গান্ধীয়ে জনতাৰ আস্থা হেৰুৱাইছেঃ প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপি বিধায়ক ভূপেন বৰাৰ মন্তব্য May 22, 2026 Paromita লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। এই প্ৰসংগত শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাজনক কঠোৰ ভাষাৰে…