Assam হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য June 2, 2026 Paromita সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বাসগৃহত মঙলবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰয়াত…
Assam ৰাজ্যত বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অভূতপূৰ্ব সাফল্য; আনুষ্ঠানিক বেংকিং খণ্ডৰ সৈতে সংযোগ ঘটিল ৯১.৭ শতাংশ মহিলাৰ June 2, 2026 Paromita অসমত মহিলা সৱলীকৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ। বৰ্তমান ৰাজ্যখনৰ প্ৰায় ৯১.৭ শতাংশ মহিলাই আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছে।…
Assam অম্বুবাচী মেলা উপলক্ষে পাণ্ডুনাথ দেৱালয়ত ১২টা সাৰ্বজনীন শৌচাগাৰ উদ্বোধন June 2, 2026 Sonakshi Sarkar গুৱাহাটীৰ পাণ্ডুঘাটস্থিত পাণ্ডুনাথ দেৱালয় (প্ৰাচীন গণেশ মন্দিৰ) চৌহদত ৩১ মে’ত ১২টা সাৰ্বজনীন শৌচাগাৰ কমপ্লেক্সৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট উদ্যোগপতি আৰু সমাজসেৱক কৈলাশ চন্দ্ৰ লোহিয়া মুখ্য অতিথি হিচাপে আৰু…
Assam মাজুলীত কিশোৰী ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা; দুই নাবালকসহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ June 2, 2026 Paromita সমাজত নৈতিক স্খলন আৰু কিশোৰীৰ সুৰক্ষাক লৈ তীব্ৰ উদ্বেগ সৃষ্টি হোৱাৰ মাজতে মাজুলীত পোহৰলৈ আহিছে এক চৰম লজ্জাজনক ঘটনা। জিলাখনত এগৰাকী ১২ বছৰীয়া কিশোৰীক দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগত…
Assam ধনী অধিক ধনী হোৱাৰ বিপৰীতে মূল্যবৃদ্ধিৰ বোজাত পিষ্ট সাধাৰণ জনতাঃ নতুন অৰ্থনৈতিক নীতিৰ দাবী গৌৰৱ গগৈৰ June 2, 2026 Paromita দেশত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ…
Assam অসম-বংগৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ পোষকতা পশ্চিম বংগৰ নৱনিযুক্ত মন্ত্ৰী আনন্দময় বৰ্মনৰ June 2, 2026 Paromita ইতিহাস, ভাষা, সংস্কৃতি আৰু পাৰস্পৰিক ভাতৃত্ববোধেৰে গঢ়ি উঠা অসম আৰু পশ্চিম বংগৰ ঐতিহাসিক সম্পৰ্কক আগন্তুক দিনত অধিক শক্তিশালী কৰা হ’ব। সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিম বংগৰ নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী…
Assam কাছাৰত ডেড় কোটি টকাৰ হেৰ’ইন জব্দ; দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ June 2, 2026 Paromita কাছা ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ অবাধ সৰবৰাহ অব্যাহত থকাৰ সময়তে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল কাছাৰ আৰক্ষী। সোমবাৰে কাছাৰৰ কালাইনত এক গোপন অভিযান চলাই প্ৰায় ১.৫ কোটি টকা মূল্যৰ…
Assam গুৱাহাটী আৰু কাষৰীয়া অঞ্চলত ১-৩ ঘণ্টাত ধুমুহা-বৰষুণৰ সম্ভাৱনা, ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণৰ সতৰ্কবাৰ্তা June 2, 2026 Tarali হঠাৎ বাজি উঠিছে নেকি আপোনাৰ ফোনটো। এনেধৰণৰ এলাৰ্ট লাভ কৰি বহুতেই প্ৰথমে খাইছিল থতমত। এটা মেছেজৰ সৈতে মোবাইলে মোবাইলে কিছু সময় পূৰ্বে বাজি উঠিছিল বিশেষ সংকেত?প্ৰাপ্ত তথ্য অনুসৰি,অসম ৰাজ্যিক দুৰ্যোগ…
Assam কাৰ্যালয়ত পুৱা ১০ বজাত হাজিৰা বাধ্যতামূলক, অমান্য কৰিলে দৰমহা কৰ্তন: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ June 2, 2026 Tarali চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আহিল এটা কঠোৰ নিৰ্দেশ। এতিয়াৰে পৰা ১০বজাৰ লগে লগে সকলো বিষয়া-কৰ্মচাৰী উপস্থিত হ’ব লাগিব কাৰ্যালয়ত।যদিহে এই নিয়ম কোনো বিষয়া-কৰ্মচাৰীয়ে অমান্য কৰে তেন্তে বিভাগীয় শাস্তিৰ সন্মুখীন…
Assam চালিয়া চাপৰিত সংঘটিত ঘটনা: কিশোৰী নিৰ্যাতনৰ অভিযোগত ৫ জন গ্ৰেপ্তাৰ June 2, 2026 Tarali বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিশ্বনাথৰ চালিয়া চাপৰিত এগৰাকী ১৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, জীয়াবুৰ ইছলাম, আছিকুল আলি, জামিল হক, ছাইফুল হুছেইন…