Category: Assam

নীট পৰীক্ষাৰ খেলিমেলিৰ বাবে মানসিক অৱসাদ; মধ্যপ্ৰদেশত ১৮ বছৰীয়া পৰীক্ষাৰ্থীৰ আত্মহত্যা

চিকিৎসা বিজ্ঞানৰ সপোন বুকুত বান্ধি আগবাঢ়ি যোৱা এগৰাকী ছাত্ৰীৰ যাত্ৰা শেষ হ’ল চৰম দুখবোধেৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল আৰু খেলিমেলিৰ বাতৰিয়ে সৃষ্টি কৰা মানসিক অৱসাদ…

অসম কেবিনেটৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ; কাইলৈ নতুন মন্ত্ৰীসভাই ল’ব শপত

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অৱসান ঘটাই কাইলৈ অৰ্থাৎ ৫ জুনত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ বহু প্ৰত্যাশিত কেবিনেট সম্প্ৰসাৰণ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰী পৰিষদত এইবাৰ প্ৰায় ১৩ গৰাকী নতুন…

বিশ্ব চাইকেল দিৱস পালন

বিশ্বজুৰি আজি পালন কৰা হৈছে বিশ্ব চাইকেল দিৱস। ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া এই বিশেষ দিৱসৰ মূল উদ্দেশ্য হৈছে চাইকেলক এক পৰিৱেশ-অনুকূল, সুলভ আৰু স্বাস্থ্যসন্মত যাতায়াতৰ মাধ্যম হিচাপে প্ৰচাৰ কৰা। ইয়াৰ জৰিয়তে…

আহমেদাবাদত ১৬৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক; দেশৰ পৰা বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ

ভাৰত-বাংলাদেশৰ সীমান্তৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। ইয়াৰ মাজতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আৰক্ষীৰ জালত পৰিল কমেও ১৬৬ জন অবৈধ অনুপ্ৰৱেশকাৰী। কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ বসবাস কৰি থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে…

মাতৃহাৰা হ’ল অখিল গগৈ! দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ

মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পুৱা প্ৰায় ৬:২০ বজাত ৯৬ বছৰ বয়সত…

দিল্লীৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১০ জনৰ

ৰেষ্টুৰেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল কমেও ১০ জনকৈ লোকে। দিল্লীৰ মালব্য নগৰৰ ‘লেমন গ্ৰীণ ৰেষ্টুৰেণ্ট’ত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰাপ্ত খবৰ…

নলবাৰীৰ হত্যাকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰদেশ কংগ্ৰেছৰ; নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ড আৰু মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এই দুৰ্ভাগ্যজনক কাণ্ডক তীব্ৰ গৰিহণা…

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ। এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল। নলবাৰীৰ গংগাপুৰৰ নৃশংস হত্যাকাণ্ডৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন…

বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ

পশ্চিম বংগত শেহতীয়া নিৰ্বাচন পৰৱৰ্তী হিংসাত্মক ঘটনা আৰু দলীয় নেতা-কৰ্মীৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে কলকাতাৰ ৰাজপথত এক ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। শেহতীয়া বিধানসভা…

ডবা প্ৰতিযোগিতাত হৰ্ষদ্বীপ, হৃদিকাৰ চেম্পিয়ন খিতাপ

শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত সামৰণি পৰা ৪৯ সংখ্যক সদৌ অসম অনুৰ্ধ-১৫ আৰু অনুৰ্ধ-৯ অপেন তথা ছোৱালীৰ আন্তঃজিলা ডবা প্ৰতিযোগিতা ২০২৬-ত গুৱাহাটীৰ হৰ্ষদ্বীপ ডেকা আৰু হৃদিকা দাসে ক্ৰমে অনুৰ্ধ-১৫ অপেন আৰু…