Assam জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ June 8, 2026 Paromita দেশৰ হকে সীমান্তত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হ’ল অসম মাতৃৰ সন্তান বীৰেশ্বৰ গোস্বামী। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদী বিৰোধী এক অভিযানৰ নেতৃত্ব দি থকা অৱস্থাতে দ খাৱৈত পৰি প্ৰাণ…
Assam অসমৰ ৰাজ্যপালে লোক ভৱনত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক আতিথ্য প্ৰদান June 7, 2026 Tarali শনিবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ লোক ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্যসকলক ‘স্নেহ মিলন’ নামৰ এক বাৰ্তালাপৰ বাবে আতিথ্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী আৰু…
Assam ‘স্কুলত বৰ গৰম, ফেন লগাই দিয়া’: ৮ বছৰীয়া নিকিতাৰ আবদাৰত ৰাতিটোৰ ভিতৰতে স্কুল পালে চিলিং ফেন June 6, 2026 Tarali বাক্সা জিলাৰ আঠ বছৰীয়া ছাত্ৰী নিকিতা বসুমতাৰীয়ে দেউতাকৰ সৈতে চাইকেলত উঠি স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে ‘মামা’ৰ ওচৰত আবদাৰ কৰিছিল, আমাৰ স্কুলত বৰ গৰম। ফেন লগাই দিয়া না। শিশুটিৰ সৰল…
Assam বিদ্যালয়ত নিষিদ্ধ মাংস অনাক লৈ চাঞ্চল্য! গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি June 6, 2026 Paromita শ্ৰেণীকোঠাৰ ভিতৰতে একাংশ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোৱালপাৰা জিলাত। কৃষ্ণাইৰ হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত এই স্পৰ্শকাতৰ ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে।…
Assam ৰেল প্ৰকল্পৰ বাবে ভূমি হস্তান্তৰৰ সময়সূচী ঘোষণা শুভেন্দু অধিকাৰীৰ; ১ লাখ কোটি টকাৰ আঁচনিৰে সংযোগ হ’ব প্ৰতিখন জিলা June 6, 2026 Paromita মমতা চৰকাৰৰ পতন ঘটাই বংগত বিজেপিৰ ধ্বজা উৰুওৱাৰ পাছতে এতিয়া একশ্যন মুডত নামি পৰিছে শুভেন্দু চৰকাৰ। ৰাজ্যখনত যোগাযোগ খণ্ডৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ ১ লাখ কোটি টকাৰ এক বিশাল…
Assam বিগত দুই দশকত লক্ষণীয়ভাৱে হ্ৰাস শিশু মৃত্যুৰ হাৰ; ৰাজ্যত শিশু স্বাস্থ্য সেৱাৰ ইতিবাচক পৰিৱৰ্তন June 6, 2026 Paromita অসমত পূৰ্বৰ তুলনাত নৱজাতকৰ স্বাস্থ্য সুৰক্ষাৰ মানদণ্ড উন্নত হোৱাৰ এক গুৰুত্বপূৰ্ণ পৰিসংখ্যা শেহতীয়াকৈ প্ৰকাশ পাইছে। ৰাজ্যখনত বিগত বিশ বছৰত শিশু মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য সদৰি কৰে ড° হিমন্ত…
Assam ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক মিজানুৰ ৰহমানক পুনৰ নিযুক্তি; ধুবুৰী জিলাৰ যিকোনো বিদ্যালয়তে এবছৰলৈ আগবঢ়াব পাৰিব সেৱা June 6, 2026 Paromita অভিজ্ঞ শিক্ষাবিদসকলৰ দক্ষতা আৰু জ্ঞানক পুনৰ ব্যৱহাৰ কৰাৰ লক্ষ্যৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই বিশেষ নীতিৰ অধীনতে শিক্ষা বিভাগৰ এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাৰ্যকাল অতিৰিক্ত এবছৰৰ…
Assam অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! হিমন্ত কেবিনেটত শপত গ্ৰহণ ১২ গৰাকী বিধায়কৰ June 5, 2026 Paromita সম্প্ৰসাৰণ ঘটিল অসম মন্ত্ৰীসভাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত আজি স্থান লাভ কৰে কেইবাগৰাকীও নতুন বিধায়কে। বৰাক-ব্ৰহ্মপুত্ৰৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিক চামিল কৰি সম্প্ৰসাৰণ ঘটোৱা নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে…
Assam বিশ্ব পৰিৱেশ দিৱস উপলক্ষে “Save Nature, Save Life” শীৰ্ষক মুকাভিনয় অনুষ্ঠান June 5, 2026 Paromita বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে অসম জলবায়ু পৰিৱর্তন ব্যৱস্থাপনা সমিতি (ACCMS), পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, অসম চৰকাৰৰ উদ্যোগত আয়োজিত “Save Nature, Save Life” শীৰ্ষক সচেতনতামূলক মূকাভিনয় অনুষ্ঠান সফলতাৰে…
Assam ১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ June 5, 2026 Paromita সকলো জল্পনা-কল্পনা আৰু প্রতীক্ষাৰ অন্ত পেলাই ১২ গৰাকী বিধায়কৰ অসম মন্ত্রীসভাৰ সদস্য হিচাপে শপতগ্রহণ। আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই এই ১২জন মন্ত্রীক শপতবাক্য পাঠ…