Category: Assam

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ! এলপিজি ৰাজসাহায্যপ্ৰাপ্ত চিলিণ্ডাৰৰ সংখ্যা ৪টালৈ হ্ৰাস কেন্দ্ৰীয় চৰকাৰৰ

খাৰুৱা তেল আৰু গেছৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় মূল্যৰ দোহাই দি এতিয়া সাধাৰণ গ্ৰাহকৰ ওপৰত পুনৰ এক তীব্ৰ আৰ্থিক বোজা জাপি দিলে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ ফ্লেগশ্বিপ কাৰ্যসূচী ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ৰ হিতাধিকাৰীসকলে এতিয়াৰে…

ৰেস্তোৰাঁত লগৰীয়াৰ সৈতে খেলি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু ১৪ বছৰীয়া কিশোৰীৰ

মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি সমনীয়াৰ সৈতে ৰেস্তোৰাঁত খেলি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৪ বৰ্ষীয় কিশোৰীয়ে। গুজৰাটৰ ৰাজকোটত সম্ভাৱ্য হৃদৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যু ঘটে আনন্দী মোদী…

নিট-ইউজি পুনৰ পৰীক্ষাঃ প্ৰশ্নকাকত কঢ়িয়াব ভাৰতীয় বায়ু সেনাই, কটকটীয়া সুৰক্ষা ব্যৱস্থা

অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নিট-ইউজি পুনৰ পৰীক্ষাৰ প্ৰশ্নকাকত দেশৰ ১৮ টা স্থানলৈ সুৰক্ষিতভাৱে কঢ়িয়াই নিয়াৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে ভাৰতীয় বায়ু সেনাই। যোৱা ৩ মে’ৰ পৰীক্ষাটো প্ৰশ্নকাকত ফাদিলৰ অভিযোগত…

সন্ত্ৰাসবাদ বিৰোধী অভিযানত দেখুওৱা বীৰত্বৰ স্বীকৃতি; অসম সন্তান মেজৰ ভাৰ্গৱ কলিতালৈ শৌৰ্য চক্ৰ সন্মান

সন্ত্ৰাসবাদী বিৰোধী অভিযানত দেখুওৱা অসাধাৰণ বীৰত্বৰ বাবে দেশৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন সামৰিক সন্মান ‘শৌৰ্য চক্ৰ’ৰে সন্মানিত কৰা হ’ল অসমৰ সুযোগ্য সন্তান মেজৰ ভাৰ্গৱ কলিতাক। কামৰূপ জিলাৰ পলাশবাৰীৰ এইগৰাকী সুযোগ্য সন্তান…

মেজৰ ভাৰ্গৱ কলিতাৰ ২ ডিচেম্বৰৰ দুঃসাহসিক অভিযান: সন্ত্ৰাসবাদীক ঘেৰি ধৰিলে, ৭জন নিৰীহ লোকৰ হত্যাকাৰীৰ অন্ত পেলালে

কুমাওঁ ৰেজিমেণ্ট/৫০ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ ভাৰ্গৱ কলিতাক সন্ত্ৰাসবাদ বিৰোধী অভিযানত তেওঁৰ অসীম সাহস, অনুকৰণীয় নেতৃত্ব আৰু অসাধাৰণ কাৰ্যকৰী সফলতাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ অন্যতম সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা…

বৰঝাৰ বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীত আজি তেঁওলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।। উল্লেখ্য যে গোপীনাথ বৰদলৈৰ…

অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ দপ্তৰ আবণ্টন; মুখ্যমন্ত্ৰীৰ হাতত গৃহ আৰু লোকনিৰ্মাণ, জয়ন্তলৈ বিত্ত, পীয়ূষ হাজৰিকালৈ কৃষি বিভাগ

ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছতে অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এক চৰকাৰী নিৰ্দেশনা তথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ বিভাগসমূহ…

মণিপুৰৰ হিংসা প্ৰতিৰোধ কৰিবলৈ চি আৰ পি এফক গুলী চালনাৰ পূৰ্ণ স্বাধীনতা প্ৰদান সঞ্চালক প্ৰধানৰ; কোব্ৰা বাহিনী নিয়োগৰ সিদ্ধান্ত

জাতিগত হিংসাক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুৰক্ষা বাহিনীক এক গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অৰ্থাৎ চিআৰপিএফৰ সঞ্চালক…

জুবিন গাৰ্গ হত্যা গোচৰ! আজি চাৰি অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত ৰায়দান কৰিব আদালতে

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক লৈ চলি থকা গোচৰৰ চাৰি অভিযুক্তৰ জামিন আবেদনৰ ওপৰত আজি চূড়ান্ত ৰায়দান কৰিব বিশেষ ফাষ্ট ট্ৰেক আদালতে। বিগত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত…

ভাৰতৰ জন্মৰ হাৰক লৈ ডাঙৰ মন্তব্য ইলন মাস্কৰ; প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠাপন স্তৰতকৈ হ্ৰাস সন্তান জন্মৰ গতি

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সন্তান জন্মৰ গতিত অহা এক অভূতপূৰ্ব হ্ৰাসে জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ।জনসংখ্যা সুস্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় প্ৰতিষ্ঠাপন স্তৰতকৈও দেশৰ জন্মৰ হাৰ তললৈ নামি যোৱাৰ এক চাঞ্চল্যলকৰ তথ্য…