Category: Assam

অসমত দুটা মাতৃহাৰা এছিয়ান ক’লা ভালুকৰ পোৱালি সফলতাৰে বনাঞ্চললৈ মুক্ত

এটা হৃদয়স্পৰ্শী সংৰক্ষণ সাফল্যৰ কাহিনীত, বৈজ্ঞানিক পুনৰ্বাসনৰ কেইবামাহো পিছত দুটা মাতৃহাৰা এছিয়ান ক’লা ভালুকৰ পোৱালি সফলতাৰে বনাঞ্চললৈ মুক্ত কৰা হৈছে। অসমৰ বাবে এইটো প্ৰথমবাৰৰ বাবে হোৱা এটা বিশেষ বন্যপ্ৰাণী সাফল্য।…

বিশ্ববজাৰত চাহিদা বৃদ্ধি: ডুবাইৰ পিছত এতিয়া ছিংগাপুৰলৈ জি.আই. টেগযুক্ত তেজপুৰৰ লিচু

অসমৰ চহকী উদ্যানশস্যৰ উৎপাদনক আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্ৰসাৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেজপুৰৰ ভৌগোলিক সূচক (জি.আই.) টেগযুক্ত…

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ বাবে আঘাত; মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বাবে এক আইনী বিপত্তিৰ সৃষ্টি হয় শুকুৰবাৰে। দলটোৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়নপত্ৰ বাতিলক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজ্যসভা নিৰ্বাচনী…

শোকস্তব্ধ ভাৰতীয় ক্ৰীড়াজগত! হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ শ্বুটিং কিংবদন্তি যশপাল ৰাণাৰ

ভাৰতীয় শ্বুটিঙৰ ইতিহাসত এক স্বৰ্ণিল অধ্যায় ৰচনা কৰি মাত্ৰ ৪৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিলে শ্বুটিং কিংবদন্তি যশপাল ৰাণাই। বিশ্বমঞ্চত ভাৰতৰ হৈ একাধিক গৌৰৱ কঢ়িয়াই অনাৰ লগতে নতুন প্ৰজন্মৰ…

আজিৰে পৰা সীমান্তত প্ৰতিবাদ; ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ৰ বিৰুদ্ধে সৰৱ জামায়াত নেতৃত্বাধীন মিত্ৰজোঁট

ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ আৰু সীমান্তত বাংলাদেশী নাগৰিক নিহত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বাংলাদেশৰ জামায়াত-ই-ইছলামী নেতৃত্বাধীন ১১ দলীয় মিত্ৰজোঁটে। সীমান্তৱৰ্তী জিলাসমূহত সমাৱেশ অনুষ্ঠিত কৰাৰ…

সামৰিক আইন বিতৰ্কৰ পিছত পুনৰ দোষী সাব্যস্ত; ড্ৰোন অভিযান গোচৰত ৩০ বছৰৰ কাৰাদণ্ড দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক

সামৰিক আইন জাৰিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আইনী জটিলতাত সোমাই পৰিছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন ছুক য়োল। উত্তৰ কোৰিয়াক কেন্দ্ৰ কৰি চলোৱা এক বিতৰ্কিত ড্ৰোন…

ফিফা বিশ্বকাপৰ আয়োজক টিমত স্থান; চিকাগোত বিশ্বমঞ্চৰ দায়িত্বত অসম কন্যা পিজা ভৰালী

বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মহাৰণ ফিফা বিশ্বকাপক লৈ সমগ্ৰ বিশ্বত আৰম্ভ হৈছে ব্যাপক উছাহ। এই বিশ্বজনীন ক্ৰীড়া উৎসৱৰ মাজতে অসমলৈ আহিছে এক গৌৰৱোজ্জ্বল খবৰ। ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ…

কুকুৰ চুৰি কৰি আন্তঃৰাজ্য সৰবৰাহৰ অভিযোগ; নগাঁৱত আৰক্ষীৰ জালত চাৰিজন

ৰাজ্যত অব্যাহত আছে কুকুৰ চুৰি আৰু সৰবৰাহৰ ঘটনা। বিভিন্ন অঞ্চলৰ পৰা পোহনীয়া কুকুৰ চুৰি কৰি ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰি আহিছে একাংশ দুস্কৃতিকাৰীয়ে। এনে ঘটনাৰ মাজতে এইবাৰ নগাঁৱত আৰক্ষীৰ জালত পৰে…

আয়ৰ উৎসতকৈ অধিক সম্পত্তিৰ গোচৰ; জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য–নন্দেশ্বৰ বৰাৰ জামিন আবেদন আজি শুনানি

আয়ৰ উৎসতকৈ অধিক সম্পত্তি থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰাক্তন দুই দেহৰক্ষীৰ জামিন আবেদনক লৈ আজি পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। আজি বিশেষ আদালতত শুনানি অনুষ্ঠিত…

অমিত শ্বাহৰ অধ্যক্ষতাত  ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ

বিশ্বজুৰি শক্তি সংকট আৰু মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড…