Category: Assam

২০০০-২০২৩ বৰ্ষৰ ভিতৰত অসমত ১২০৯টা হাতীৰ মৃ*ত্যু

২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত হাতী-মানুহৰ সংঘাতত ১,৪০০ৰো অধিক লোকৰ মৃত্যু হয়। এই সময়ছোৱাত ৰাজ্যত ১,২০৯টা হাতীৰো মৃত্যু হয়, ইয়াৰে সৰ্বাধিক ৬২৬টা হাতীৰ মৃত্যু মানুহৰ কাৰ্যকলাপৰ বাবে হয়।…

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ফাষ্টটেগৰ জৰিয়তে ২০,৬৮১.৮৭ কোটি টকা সংগ্ৰহ

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহৰ তথ্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ফাষ্টটেগৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ ১৯.৬ শতাংশ বৃদ্ধিৰে ২০,৬৮১.৮৭ কোটি টকা হৈছে। এনইটচিৰ তথ্য অনুসৰি এপ্ৰিল-জুন…

খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি বিতৰণ

পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি থকা বন মহোৎসৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ…

কেঁচুৱা আৰু শিশুৰ বাবে প্ৰস্তুত কৰা প্ৰথমটো মেলেৰিয়া ভেকচিন ব্যৱহাৰত অনুমোদন

প্ৰথমটো মেলেৰিয়া ভেকচিন কেঁচুৱা আৰু শিশুৰ বাবে মানক চিকিৎসা হিচাপে ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে। এই ভেকচিন কেইসপ্তাহমানৰ পিছত আফ্ৰিকাত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে সৰু ল’ৰা-ছোৱালী আৰু কেঁচুৱাক ডাঙৰ…

ACUBE Developments-ৰ বিশ্বৰ সৰ্বোচ্চ আৱাসিক টাৱাৰৰ প্ৰাক- মুকলিৰে গুৱাহাটীলৈ সম্প্ৰসাৰিত DubaiPropShop

ডুবাইৰ বিলাসী সম্পত্তিৰ বিশেষজ্ঞ অগ্রণী ৰিয়েল এষ্টেট কনচালটেন্সী প্রতিষ্ঠান ডুবাইপ্ৰশ্বপে (Dubai PropShop) গুৱাহাটীত কার্যালয় মুকলিৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিজা পৰিচয় দাঙি ধৰিবলৈ সাজু হৈছে। আজি উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত তেঁওলোকৰ…

কোন হ’ব দালাই লামাৰ উত্তৰাধিকাৰী ?

তিব্বতী বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা দালাই লামাই বুধবাৰে কয় যে দালাই লামাৰ অনুষ্ঠান অব্যাহত থাকিব।ইয়াৰ অৰ্থ এইটোৱেই যে বৰ্তমানৰ দালাই লামাৰ মৃত্যুৰ পিছতো তেওঁৰ উত্তৰাধিকাৰী হ’ব। হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ…

জুনত সমগ্ৰ দেশত বৰষুণৰ হাৰ ৮ শতাংশ হ্ৰাস

বাৰিষাৰ প্ৰথম মাহ অৰ্থাৎ জুন মাহৰ অন্ত পৰিছে। দেশৰ কেইখনো ৰাজ্যত এই মাহত সাধাৰণতকৈ অধিক বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগটোৰ শেহতীয়া বৰষুণৰ তথ্য অনুসৰি পাঁচখন ৰাজ্যত জুন মাহত অতি প্ৰচণ্ড…

ৰাণীত চি আৰ পি এফৰ উদ্যোগত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসত সজাগতা সভা

আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত আৰু ৰাণী হাইস্কুলৰ…

শীঘ্ৰে দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ হ’ব মিজোৰামৰ ৰাজধানী আইজল

মিজোৰামৰ ৰাজধানী আইজলক দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবি-ছৈৰাং ৰে’লপথ নিৰ্মাণৰ কাম ভৌগোলিক আৰু লজিষ্টিক প্ৰত্যাহ্বান অতিক্ৰম কৰি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিতে অব্যাহত আছে ভূ – মাফিয়াৰ দৌৰাত্ম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰিছিল মাটিৰ দালাল, ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। সেই নিৰ্দেশৰ পাছতে তেতিয়াই আৰক্ষীয়ে…