Category: Assam

১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি

খৰাং এতিয়া কেৱল বতৰ সম্পৰ্কীয় সাময়িক সমস্যা হৈ থকা নাই। ই মানুহৰ জীৱিকা আৰু অৰ্থনীতিত বৃহৎ আঘাত হনা সংকট গভীৰ হৈ পৰিছে। যোৱা ১২০ বছৰত সমগ্ৰ বিশ্বতে খৰাঙত ক্ষতিগ্ৰস্ত ভূমিৰ…

কাটাৰৰ আমেৰিকাৰ ঘাটিত ইৰানৰ আক্ৰমণ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰানৰ পাৰমাণৱিক তিনিটা কেন্দ্ৰত আক্ৰমণত চলাই সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা বুলি দাবী কৰাৰ পিছত আমেৰিকা-ইৰানৰ দশক দশকজোৰা সংঘাত সৰ্বোচ্চ পৰ্যায়লৈ উন্নীত হয়। ইৰানে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ…

ভাৰতৰ হাতত মজুত ১৮০ টা পাৰমাণৱিক অস্ত্ৰ

ভাৰতত হাতত মজুত আছে ১৮০ টা পাৰমাণৱিক অস্ত্ৰ। আনহাতে, পাকিস্তানৰ হাতত আছে ১৭০ টা পাৰমাণৱিক অস্ত্ৰ। এই কথা ষ্টকহোম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউটে বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ…

‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত আইআইটি-দিল্লী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি), দিল্লী ২০২৬ চনৰ ‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত সৰ্বোত্তম স্থান লাভ কৰা ভাৰতীয় প্ৰতিষ্ঠান। আনহাতে, দেশৰ অভিলেখ ৫৪খন বিশ্ববিদ্যালয় আৰু…

দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে বিলত এৰিলে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা : জানুৱাৰীলৈ বন্ধ থাকিব মাছ ধৰা পৰ্ব

দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত…

২০২৭ চনৰ লোকপিয়লক লৈ অধিসূচনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সোমবাৰে এক অধিসূচনা জাৰি কৰি দেশৰ জনসংখ্যা আৰু জনগাঁথনিৰ সবিশেষ অনুমান কৰিবলৈ ২০২৭ চনত লোকপিয়ল অনুষ্ঠিত কৰিব। পূৰ্বে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া এই লোকপিয়লত এতিয়া…

আজাৰা ভি আই পিৰ আৰ আৰ চিনেমাছত ভাইমন দাৰ অভিলেখ

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ…

আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

মনৱ-হাতী সংঘাত প্ৰশমন আৰু সহৱস্থানক উদগনিৰ অৰ্থে অব্যাহত ৰখা নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৰহাট জিলাৰ মুঠ আঠখন গাঁও সামৰি এতিয়ালৈকে প্ৰায় ৩০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ…

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ

বিশ্ব পৰিৱেশ দিৱসত ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ শৈক্ষিক তথা পাৰিৱেশিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উক্ত চুক্তি…

উত্তৰ পূৰ্বাঞ্চলত বানত ৩০ জন লোকৰ মৃ*ত্যু

যোৱা কেইদিনমানৰ পৰা অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চল বানৰ কবলত পৰিছে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহত যোৱা ৪৮ ঘণ্টাত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু…