Category: Assam

অসমৰ বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনত বসবাস কৰা বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে তেওঁ কয় যে অসমৰ যিসকল লোকে সকলো ভাষা-ধৰ্মৰ সৈতে শান্তিৰে জীয়াই থাকিব…

পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি

দেশত নামমাত্ৰ ভোট লাভ কৰা পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি পাইছে। এই তথ্য পোহৰলৈ আহিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি দেশত ২৭৬৪ টা স্বীকৃতি…

বছৰি বিশ্বৰ ১৬ কোটি লোক জৰুৰী অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত

এক নতুন বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে জৰুৰী অস্ত্ৰোপচাৰ এতিয়াও বিশ্বৰ এক বৃহৎ জনসংখ্যাৰ হাতৰ মুঠিৰ বাহিৰত। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশৰ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ। প্ৰতিবেদনত…

মেঘালয়ৰ জনজাতীয় লোকক লৈ আপত্তিজনক দাবী উত্থাপন কৰি বিপদত ইউটিউবাৰ-জ্যোতিষী

মেঘালয়ৰ এগৰাকী সমাজ কৰ্মীয়ে ইউটিউবাৰ আৰু এজন জ্যোতিষীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে। দুয়োজনৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকৰ এটা ভিডিঅ’ত দাবী কৰা হৈছে যে মেঘালয়ৰ জনজাতিসকলে এতিয়াও নৰবলি কৰে।…

হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণত ১০৯ জনৰ মৃ*ত্যু

২০ জুনৰ পৰা এতিয়ালৈ হিমাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগত ১০৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ বাবে ৮১৮ কোটি টকাৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ…

ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী ‘অঙ্গনা’ই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা আৰম্ভ কৰিছে ১৫…

পৰুপল্লী কাশ্যপৰে পৃথক হোৱাৰ ঘোষণা ছাইনা নেহৱালৰ

ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপে পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।দেওবাৰে ছাইনাই ইনষ্টাগ্ৰামত এটা ব্যক্তিগত আপডেট শ্বেয়াৰ কৰিছিল, যিয়ে ক্ৰীড়া জগতখনত বৃহৎ চৰ্চা…

ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ শপত গ্ৰহণ; বিজেপিৰ ভূপেন ইংতি সভাপতি আৰু অগপৰ গংগা চৌধুৰী উপ সভাপতি নিৰ্বাচিত

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা সমষ্টিটোৰ একমাত্ৰ আঞ্চলিক পঞ্চায়ত ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য সকলে আজি পদ…

দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ শীৰ্ষত মেঘালয়ৰ বৰ্নিহাট, দ্বিতীয়ত ৰাজধানী দিল্লী

অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট ২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে দিল্লী দ্বিতীয় স্থানত আছে বুলি শেহতীয়া বিশ্লেষণত প্ৰকাশ পাইছে। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ…

অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল: অজিত ড’ভাল

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালে কয় যে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ভাৰতৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল। শুকুৰবাৰে ড’ভালে কয় যে মোক এনে এখন ফটো দেখুৱাওক য’ত ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ভাৰতৰ…