Category: Assam

চিকিৎসা জগতত এক নতুন অলৌকিকতা: ৩০ বছৰে সংৰক্ষিত ভ্ৰূণৰে সুস্থ শিশুৰ জন্ম

আমেৰিকাত এহাল দম্পতীয়ে ৩০ বছৰতকৈ অধিক সময় ফ্ৰীজত ৰখা ভ্ৰূণৰে সন্তান জন্ম দিছে। ই এতিয়ালৈকে সফলতাৰে সন্তান জন্ম দিয়া আটাইতকৈ দীঘলীয়া সময়লৈ মজুত ৰখা ভ্ৰূণ বুলি বিশ্বাস কৰা হৈছে। অহাইঅ’ৰ…

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰৰ পদত্যাগৰ দহ দিনৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অহা ৯ ছেপ্টেম্বৰত এই পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ৭ আগষ্টত এই অধিসূচনা জাৰি কৰাৰ…

৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণত তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে কয় যে প্রধানমন্ত্রীয়ে…

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্প

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পশ্চিম উপকূললৈকে সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিকম্পটো ভূপৃষ্ঠৰ…

পেহেলগাম আক্ৰমণৰ সৈতে জড়িত ৩ সন্ত্ৰাসবাদীক হত্যা: অমিত শ্বাহ

লোকসভাত পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বক্তব্য দাঙি ধৰে। আলোচনাৰ একেবাৰে আৰম্ভণিতে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত ঘোষণা কৰে যে পেহেলগাম আক্ৰমণৰ লগত…

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ…

ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ’ ইমিউন’ল’জী বিষয়ত চিএমই সম্পন্ন

উত্তৰ-পূৰ্বাঞ্চলৰ স্নায়ুৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালত শনিবাৰে এখন অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ (চিএমই) আয়োজন কৰা হয়। হাস্পতালখনৰ দিছপুৰ চৌহদত ‘আপডেট অন নিউব’ ইমিউন ‘লজী’ বিষয়ত…

এবছৰত ২.০৬ লাখে এৰিলে ভাৰতৰ নাগৰিকত্ব

২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ…

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হব। এই সন্দৰ্ভত ৰাজ্যসভাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।…

বিধাসভাই গৃহীত বিধেয়কৰ সময়সীমাকলৈ কেন্দ্ৰ-ৰাজ্যৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

বিধাসভাই গৃহীত বিধেয়কসমূহৰ ওপৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত লোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰি নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বি…