Category: Assam

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ…

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ…

দেশৰ ১২ জন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ

নিৰ্বাচন অধিকাৰ সংস্থা এডিআৰৰ এক নতুন প্ৰতিবেদন অনুসৰি দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ অৰ্থাৎ ৪০ শতাংশই নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডীয়ে নিজৰ বিৰুদ্ধে সৰ্বাধিক…

পৱিত্ৰ ভাদ মাহত শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ

এতিয়া পৱিত্ৰ ভাদ মাহ। এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৰ্বিভাৱ হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱ দেৱৰো তিথি হোৱা বাবে ৰাজ্যৰ গাওঁ-চহৰ সকলোতে বাপ-আইসকলৰ হৰিনামৰ ধ্বনিত চাৰিওপিনে আধ্যাত্মিক…

পাণ্ডুনাথ দেৱালয়ত গণেশ চতুৰ্থীৰ আয়োজন

গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী পাণ্ডু গণেশ চতুৰ্থী উদযাপন সমিতিৰ উদ্যোগত অহা ২৭ আগষ্টত গণেশে চতুর্থী উদযাপনৰ আয়োজন কৰা হৈছে। পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ…

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত ২৮ ডিচেম্বৰত প্ৰথমবাৰলৈ সাধাৰণ নিৰ্বাচন

ম্যানমাৰৰ অভ্যুত্থানৰ পিছত সামৰিক চৰকাৰৰ মুৰব্বী জেনেৰেল মিন আং হ্লেইঙে ২৮ ডিচেম্বৰত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। এই নিৰ্বাচন ২০২১ চনৰ সামৰিক অভ্যুত্থানৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত…

গুজৰাটত হীৰা ব্যৱসায়ৰে জড়িত ১ লাখ শ্ৰমিকে হেৰুৱালে চাকৰি

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আমেৰিকাই ১০ শতাংশ অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰাৰ পিছত গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত হীৰা কটা আৰু পলিচিঙৰ কামত নিয়োজিত প্ৰায় এক লাখ শ্ৰমিকে চাকৰি হেৰুৱাইছে। এই বুলি…

বিএলএ-দ্য মেজিদ ব্ৰিগেডক বিদেশী সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা আমেৰিকাৰ

আমেৰিকাই পাকিস্তানস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ) আৰু দ্য মেজিদ ব্ৰিগেডক ‘বিদেশী সন্ত্ৰাসবাদী সংগঠন’ বুলি ঘোষণা কৰে। ২০১৯ চনত কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ পিছত আমেৰিকাই বিএলএক ‘স্পেচিয়েল ডেজিনেটেড গ্ল’বেল টেৰ’ৰিষ্ট’(এছডিজিটি) শ্ৰেণীত স্থান…

প্রতি বছৰে ৭৪ হাজাৰ শিশু হেপাটাইটিছ চি ভাইৰাছ ৰোগত আক্ৰান্ত হৈ জন্মগ্ৰহণ

আপুনি জানেনে যে প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ জন্ম হয় এনে এক বিপজ্জনক ভাইৰাছ যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে? ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ নতুন অধ্যয়নত প্রকাশ…

দীঘলীয়া সংঘাতৰ পিছত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত শান্তি চুক্তি স্বাক্ষৰ

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা সংঘাতৰ অন্ত পেলাবলৈ শুকুৰবাৰে হোৱাইট হাউছত শান্তি চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হয়। এই…

নৱেম্বৰত যাত্ৰীৰ বাবে মুকলি হ’ব গুৱাহাটী বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল যাত্ৰীৰ বাবে মুকলি কৰা হ’ব। বুধবাৰে নিশা মুখ্যমন্ত্ৰী শৰ্মাই ভূটানৰ পৰা অহা এটা প্ৰতিনিধি…