Assam কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ; শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা, নগৰীয়া আন্তঃগাঁথনি সন্দৰ্ভত আলোচনা August 26, 2026 Tarali অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে আৰু ৰাজ্যৰ শক্তিৰ প্ৰয়োজনীয়তা,…
Assam গুজৰাটৰ পৰা শিক্ষা: বহনক্ষম নগৰ আৰু কৃষক সমবায়ৰ ওপৰত গুৰুত্ব অসমৰ মন্ত্ৰীৰ ভ্ৰমণত August 26, 2026 Tarali নিজৰ বিভাগসমূহৰ সৈতে জড়িত বিভিন্ন নীতি, প্ৰাতিষ্ঠানিক পদ্ধতি আৰু উন্নয়নমূলক পদক্ষেপ অধ্যয়নৰ বাবে গুজৰাট ভ্ৰমণৰ অংশ হিচাপে অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা আৰু…
Business আদানি এনাৰ্জি ছলিউচনে ৪,৭০০ কোটি টকাৰ মহাৰাষ্ট্ৰ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিলে August 26, 2026 Tarali আদানি এনাৰ্জি ছলিউচন লিমিটেডে (AESL) মহাৰাষ্ট্ৰত প্ৰায় ৪,৭০০ কোটি টকাৰ এক বৃহৎ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিছে, যাৰ জৰিয়তে ৪,৫০০ মেগাৱাটলৈকে নবীকৰণযোগ্য আৰু পাম্পড্ ষ্ট’ৰেজ শক্তি কঢ়িয়াই নিয়া হ’ব। “ছাটাৰাৰ ওচৰত…
Assam সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আলোচনা চক্ৰ সম্পন্ন August 25, 2026 Tarali সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ আতিথ্যত ২৫/০৮/২০২৬ তাৰিখে এখন মনোজ্ঞ আলোচনা সভা অনুষ্ঠিত হৈ যায় ।প্ৰদীপ কুমাৰ বৰাই আত ধৰা সভাখন পংকজ বৰুৱাৰ বৰগীতেৰে শুভাৰম্ভ কৰা হয়।…
Latest মেঘালয়ত পাঁচ বছৰৰ তলৰ খর্বকায় শিশুৰ শতাংশ হ্ৰাস পাইছে, বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক’লে August 25, 2026 Tarali মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে ৰাজ্যিক বিধানসভাত জনাইছে যে যোৱা তিনিটা বছৰত ৰাজ্যখনত পাঁচ বছৰৰ তলৰ খর্বকায় (Stunted) শিশুৰ শতাংশ ৪৬.৫ শতাংশৰ পৰা প্ৰায় ৩৬ শতাংশলৈ হ্ৰাস পাইছে। শৰৎকালীন…
Latest News শ্বিলঙৰ হিংসাৰ তদন্তৰ গতি দেখি অসন্তুষ্ট মেঘালয় উচ্চ ন্যায়ালয় August 25, 2026 Tarali শ্বিলঙত ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ ধীৰ গতি দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে। ২০ আগষ্টত দিয়া ইয়াৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে দাখিল কৰা এক…
Assam প্ৰতি ১০০০ লিটাৰত মাত্ৰ ১৮ টকা: আই আই টি-গুৱাহাটীৰ গৱেষকে উদ্ভাৱন কৰিলে কম খৰচৰ পানী শোধন প্ৰযুক্তি August 25, 2026 Tarali ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ (আই আই টি-গুৱাহাটী) গৱেষকসকলে এনে এক পানী শোধন প্ৰযুক্তি উদ্ভাৱন কৰিছে যিয়ে দূষিত ভূগৰ্ভৰ পানীৰ পৰা একেলগে আৰ্চেনিক আৰু ফ্ল’ৰাইড আঁতৰাব পাৰে। মঙলবাৰে প্ৰতিষ্ঠানটোৱে জাৰি কৰা…
Assam নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা: ৰাজীৱ ভৱনত উপলব্ধ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন পত্ৰ August 24, 2026 Tarali নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। এপিচিচিৰ সভাপতি তথা লোকসভাৰ উপ-বিৰোধী দলপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি দলে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক দলীয় সদস্যসকলৰ…
Assam Latest শ্বিলঙৰ হিংসাৰ অপৰাধীক ন্যায়ৰ আওতালৈ অনাৰ আশ্বাস কনৰাডৰ, বিধানসভাত জনালে August 24, 2026 Tarali মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সোমবাৰে মেঘালয় বিধানসভা আৰু ৰাজ্যবাসীক আশ্বাস দিয়ে যে ১৯ আগষ্টত কেএছইউৰ বাইক ৰেলীৰ সময়ত সংঘটিত হিংসাৰ ঘটনাক চৰকাৰে গুৰুত্বসহকাৰে লৈছে আৰু দোষীক ন্যায়ৰ আওতালৈ আনিবলৈ…
Assam Sports অসম প্ৰিমিয়াৰ লীগ: গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি খিতাপ দখল বাৰপেটা ব্ৰেভছৰ August 24, 2026 Tarali অৰুণ সোণাৰৰ ২০ বলত অপৰাজিত ৩৪ ৰানৰ দুৰ্দান্ত ইনিংছৰ সহায়ত বাৰপেটা ব্ৰেভছে ১৬৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰি গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি দেওবাৰে গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত…