Author: Tarali

শিলচৰ পৌৰ নিগম নিৰ্বাচন সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহৰ সহযোগিতা বিচাৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে

আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন…

NRC ৰ দাবী আৰু প্ৰতিবাদৰ মাজত মণিপুৰত জনগণনা ২০২৭ৰ কাম পিছুৱালে কেন্দ্ৰই

মেইটেই আৰু নগা সংগঠনসমূহে জনগণনা আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰূপায়ণৰ দাবীত অব্যাহত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত, ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া মণিপুৰত জনগণনা ২০২৭ৰ কাৰ্যক্ৰম কেন্দ্ৰই…

পৰ্যটনস্থলী পৰিষ্কাৰ, সেউজ আৰু প্লাষ্টিকমুক্ত কৰি ৰাখিবলৈ তাৱাঙত বিশেষ অভিযান

তাৱাং আৰু ইয়াৰ মনোৰম পৰ্যটনস্থলীসমূহ পৰিষ্কাৰ, সেউজ আৰু প্লাষ্টিকমুক্ত কৰি ৰখাৰ এক সমূহীয়া প্ৰচেষ্টাৰ অংশ হিচাপে মনপা মিমাং ছোগপা (MMT) এ জিলা প্ৰশাসন, তাৱাং আৰু ভাৰতীয় সেনাৰ সহযোগত এক বৃহৎ…

৫ বছৰত ৫০ হাজাৰ কোটি: বিকশিত অসমৰ বাবে হিমন্ত কেবিনেটৰ বৃহৎ আন্তঃগাঁথনি পৰিকল্পনা

‘বিকশিত অসম: আন্তঃগাঁথনি দৃষ্টি’ৰ সৈতে সংগতি ৰাখি ৰাজ্যত বিভিন্ন মূলধনী আন্তঃগাঁথনি প্ৰকল্প সৃষ্টিৰ বাবে অহা পাঁচ বছৰৰ বাবে ৫০,০০০ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে অসম কেবিনেটে। দেওবাৰে কেবিনেট বৈঠকত অধ্যক্ষতা…

ঐতিহ্যৰ পৰা বিপদলৈ: গুৱাহাটীৰ ঐতিহাসিক পুখুৰীত ভয়ংকৰ প্ৰদূষণ

গুৱাহাটীৰ প্ৰতীকী জলাশয়, জৰপুখুৰী আৰু দীঘলীপুখুৰীকে ধৰি কেইবাটাও পুখুৰীত শেহতীয়াকৈ ভয়ংকৰ মাত্ৰাৰ প্ৰদূষণ দেখা গৈছে, যাৰ ফলত জলজ জীৱৰ বাবে গুৰুতৰ উদ্বেগৰ সৃষ্টি হৈছে। কামৰূপ মহানগৰ জিলা মীন বিষয়া বিপুল…

ষ্টাৰ প্ৰচাৰকৰ প্ৰচাৰৰ বাবে ৪৮ ঘণ্টা পূৰ্বে অনুমতি ল’ব লাগিব: শিলচৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহক নিৰ্দেশ

আসন্ন শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা ‘ষ্টাৰ প্ৰচাৰক’ৰ সৰ্বাধিক সংখ্যা সন্দৰ্ভত পূৰ্বৰ অধিসূচনাৰ বৈধতা বৃদ্ধি কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন…

নাগালেণ্ডত ডাবল-লাইন প্ৰকল্প স্থবিৰ: ইয়াৰ অবিহনে দিমাপুৰৰ বিশ্বমানৰ ষ্টেচনৰ সপোন অসম্পূৰ্ণ হৈ ৰ’ব, মন্তব্য সাংসদৰ

নাগালেণ্ডৰ লোকসভাৰ সাংসদ এছ সুপংমেৰেন জামিৰে দিমাপুৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি চলি থকা বিশ্বমানৰ ৰেল ষ্টেচন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰূপায়ণত প্ৰভাৱ পেলোৱা বিষয়সমূহ সন্দৰ্ভত ৰেল বিষয়াসকলৰ সৈতে আলোচনা…

গোদাৱৰী নদীত জঁপিয়াই পিতৃ-মাতৃৰ আত্মহনন! দলঙৰ ওপৰত অকলে পিতৃ-মাতৃক বিচাৰি চিঞৰি থাকিল তিনিবছৰীয়া কণমানিয়ে

নিশাৰ ঘন অন্ধকাৰ আৰু নিস্তব্ধতা ফালি দলঙৰ ওপৰৰ পৰা ভাঁহি আহিছিল এটি কণমানিৰ কৰুণ আৰ্তনাদ- “আম্মা… নান্না…”। কি হৈছে একো বুজি নাপাই আন্ধাৰ আৰু ঠাণ্ডাৰ মাজত চকুলো টুকিছিল তিনিবছৰীয়া নিষ্পাপ…

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ৰাইনজাহ পৰিদৰ্শন, ভাঙচুৰ কৰা নেতাজীৰ আৱক্ষ মূৰ্তি পুনৰুদ্ধাৰৰ আশ্বাস

খাছী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ আৱক্ষ মূৰ্তি ভাঙচুৰ কৰা ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই ২৯ আগষ্টত ৰাইনজাহৰ আৰ আৰ কলনী পৰিদৰ্শন কৰি…

মাষ্টাৰ প্লেন প্ৰস্তুতিৰ সময়তো নিৰ্মাণৰ অনুমতি: নগৰ আৰু গ্ৰাম্য পৰিকল্পনা আইন সংশোধন মণিপুৰ কেবিনেটৰ

মণিপুৰ কেবিনেটে আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰিবলগীয়া তিনিখন বিধেয়ক, সময়সীমাবদ্ধ জনসেৱা প্ৰদানৰ বাবে নতুন নিয়ম আৰু ৰাজ্যিক আৰক্ষীত প্ৰতিভাৱান খেলুৱৈৰ বাবে বিশেষ নিযুক্তি আঁচনিকে ধৰি কেইবাটাও আইনী আৰু প্ৰশাসনিক পদক্ষেপত…