Author: Sonakshi Sarkar

ইউৰোপত অভিলেখ ভংগৰে গৰমৰ প্ৰকোপ: কেইবাখনো দেশত সৃষ্টি হাহাকাৰ পৰিস্থিতি

বৰ্তমান সমগ্ৰ ইউৰোপ মহাদেশ এক ভয়াৱহ গ্ৰীষ্ম প্ৰবাহৰ কৱলত পৰিছে। এই প্ৰচণ্ড গৰমৰ বাবে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, কেৱল ফ্ৰান্সতে যোৱা ২৪ জুনৰ পৰা ২৭ জুনৰ…

ফিফা বিশ্বকাপৰ নকআউটত স্পেইন

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘এইচ’ৰ মেচত স্পেইনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি উৰুগুৱেক ১-০ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে স্পেইনে ৰাউণ্ড অফ ৩২-ত নিজৰ স্থান নিশ্চিত কৰিছে।স্পেইনৰ বিৰুদ্ধে খেলা এই…

বিশ্বকাপৰ নকআউটত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ কেপ ভাৰ্ডে

কেপ ভাৰ্ডে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ যাত্ৰা অব্যাহত ৰাখি শুকুৰবাৰে ইয়াত চৌদি আৰৱৰ বিৰুদ্ধে গ’লহীন ড্ৰ’ খেলিলে। ইয়াৰ সৈতে তেওঁলোকে বিশ্বকাপ ফুটবলৰ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত…

ফিফা বিশ্বকাপত ৩২ দলৰ নকআউট নিশ্চিত

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে আৰু ‘ৰাউণ্ড অৱ ৩২’-ৰ দলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে। ২৭ জুনত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হ’ব। ইতিমধ্যে…

ফিফা বিশ্বকাপ ২০২৬-ত আটাইতকেই বেছি গ’লৰ অভিলেখ

শুকুৰবাৰে ফিফা বিশ্বকাপ ২০২৬-ৰ নামত দুটা ঐতিহাসিক অভিলেখ লিপিবদ্ধ হৈছে। বিশ্বকাপৰ কোনো এটা সংস্কৰণত আটাইতকেই বেছি গ’ল হোৱাৰ অভিলেখ এইবাৰ ফিফা বিশ্বকাপ ২০২৬-ত গঢ়া হৈছে। এই ঐতিহাসিক অভিলেখটো গ্ৰুপ ‘ডি’ত…

স্কটলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত ব্ৰাজিল

ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন গ্ৰুপ চি মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে।ফ্ল’ৰিডাৰ মিয়ামি ষ্টেডিয়ামত দুটা গ’ল দি ব্ৰাজিলৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মেথিউছ কুনহাইও এটা…

বিশ্বকাপৰ নকআউটত সহ-আয়োজক মেক্সিকো

ফিফা বিশ্বকাপ ২০২৬ৰ ৩২ ৰাউণ্ডত স্থান নিশ্চিত কৰিছে সহ-আয়োজক মেক্সিকোৱে৷ গ্ৰুপ এ-ৰ মেচখনত মেক্সিকোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চেক গণৰাজ্যক ৩-০ গ’লত পৰাস্ত কৰে। মেক্সিকোৱে গ্ৰুপ এ-ৰ শীৰ্ষস্থান দখল কৰি নকআউট…

ৰাণীৰ বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱ

পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপতিমাত বনৰীয়া হাতীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰে গঞা। উল্লেখ্য যে কালি নিশা প্ৰায় দুই বজাত চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁওখনৰ দিপালী কলিতা নামৰ…

প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬

অসমীয়া চলচ্ছিত্ৰ জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সন্মান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷…

শক্তিপীঠ শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ উপস্থিতিত অম্বুবাচী আৰম্ভ

বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হোৱাৰ পূৰ্বে সন্ধিয়া…