Author: Sonakshi Sarkar

মণিপুৰৰ ট্ৰংলোবি বিস্ফোৰণ কাণ্ডঃ এনআইএ-ৰ জালত ৫ উগ্ৰপন্থী

মণিপুৰৰ ট্ৰংলোবিত অলপতে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্ত চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে আজি পাঁচজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ শেহতীয়া অশান্ত পৰিৱেশৰ মাজত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত শক্তিসমূহক উৎখাত…

মমমতাৰ দুৰ্গত হিমন্তৰ হুংকাৰ; নিৰ্বাচনী মঞ্চত সীমান্ত আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি

পশ্চিমবংগত নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ মাজতে বিজেপিৰ হৈ প্ৰচাৰ চলাই মমতা বেনাৰ্জীক লক্ষ্য কৰি লোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণত আয়োজিত এক বিশাল জনসভাত অংশ লৈ…

বৃন্দাবনৰ নাও দুৰ্ঘটনাৰ এসপ্তাহ পাছত অন্তিমটো মৃতদেহ উদ্ধাৰ; নিহতৰ সংখ্যা ১৬ লৈ বৃদ্ধি

অৱশেষত অন্ত পৰিল যমুনাৰ বুকুত বিগত এটা সপ্তাহে চলি থকা উদ্ধাৰ অভিযানৰ। নাও দুৰ্ঘটনাত নিখোজ হৈ থকা অন্তিমজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অন্ত পেলোৱা হয় এই উদ্ধাৰ অভিযানৰ। উল্লেখ্য…

তীৰ্থযাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত: অন্ধ্ৰপ্ৰদেশত ৮ জনৰ মৃত্যুতে শোকৰ ছাঁ

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কৰ্ণাটকৰ আঠগৰাকী তীৰ্থযাত্ৰীয়ে। এখন যাত্ৰীবাহী পিক-আপ ভান আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাটো…

পেছাদাৰী বেডমিণ্টনৰ পৰা অৱসৰ ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ

ডেনিছ বেডমিণ্টনৰ কিংবদন্তি ভিক্টৰ এক্সেলছেনে ৩২ বছৰ বয়সত পেছাদাৰী বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। দুবাৰৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন এক্সেলছেনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য প্ৰদান কৰে। ২০১০…

নয়ডা শ্ৰমিকে ২০,০০০ টকা দাবী কৰাটো তেওঁলোকৰ অধিকাৰ: ৰাহুল গান্ধী

উত্তৰ প্ৰদেশৰ নয়ডা ঔদ্যোগিক এলেকাত প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে নয়ডা শ্ৰমিকসকলে ২০,০০০ টকা দাবী কৰাটো লোভ নহয় বৰঞ্চ তেওঁলোকৰ অধিকাৰহে। ছ’চিয়েল মিডিয়া…

সমাজত জ্যেষ্ঠসকলক সন্মান; অসম সাহিত্য সভাৰ আহ্বানত ৰাজ্যজুৰি ‘নিজৰ দিন’ পালন

অসমীয়া ভাষা-সাহিত্য আৰু সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱাৰ লক্ষ্যৰে ‘নিজৰ দিন’ পালন কৰিব অসম সাহিত্য সভাই। ব’হাগ বিহুৰ প্ৰথম দিনটোত আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ…

পাছপ’ৰ্ট বিতৰ্ক তীব্ৰ; ৰাহুল গান্ধীৰ আক্রমণ, মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ কটাক্ষ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত পাছপ’ৰ্ট কেলেংকাৰীৰ অভিযোগে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দুত লাভ কৰিছে বিশেষ স্থান। যোৱা এসপ্তাহ ধৰি চলা এই বিতৰ্কত সোমবাৰে পোনপটীয়াকৈ জঁপিয়াই পৰে কংগ্ৰেছ নেতা…

আজি হেঁপাহৰ গৰু বিহু; ৰাজ্যজুৰি উদযাপন চহা জীৱনৰ সাতমপুৰুষীয়া পৰম্পৰা

চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি মঙলবাৰে উদযাপন কৰিছে বিহুৰ এই প্ৰথমটো দিন।…

মহিলা সংৰক্ষণৰ বাবে সংসদত ইতিহাস সৃষ্টিৰ প্ৰস্তুতি; বিশেষ অধিৱেশনৰ পূৰ্বে বিৰোধীৰ সহযোগিতা বিচাৰি মোদীৰ পত্ৰ

দশক দশক ধৰি চলি থকা অপেক্ষাৰ অন্ত পেলাই এক নতুন ইতিহাস সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে দেশৰ সংসদ ব্যৱস্থা। মহিলা সংৰক্ষণ বিধেয়কখন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ এক…