Author: Sonakshi Sarkar

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে…

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন

ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯…

৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫…

৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যক-ডিএছডব্লিউএফৰ

গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে…

১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক…

হামাছৰ যুদ্ধবিৰতি চুক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ ইজৰাইলৰ

অব্যাহত আছে ইজৰাইল আৰু পেলেষ্টাইনৰ হামাছ গোটৰ মাজত যুদ্ধ। ইয়াৰ মাজতে ইজৰাইলী সেনাই ঘোষণা কৰিছে যে তেওঁলোকে ৰাফাত আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনী বা আইডিএফে কৈছিল যে তেওঁলোকে ৰাফাত…

‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত…

হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

ইউনিৰ্ভাচেল কাৰাটে ড’ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ,…

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন…

ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ…