Author: Sonakshi Sarkar

নেপালৰ ১০ পেছাদাৰী পৰ্বতাৰোহীয়ে আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট

নেপালৰ দহজন পেছাদাৰী পৰ্বতাৰোহীয়ে অলপতে নিশা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাত সফল হয়। এইটো প্ৰথম অভিযান দল যিয়ে এই ঋতুত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিছে। অভিযানটো আয়োজন কৰা ছেভেন ছামিট ট্ৰেকৰ…

আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ

গুজৰাট টাইটানছৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্লে অফৰ বাবে যোগ্যতা অৰ্জনৰ আশা সোমবাৰে অন্ত পৰে। যেতিয়া বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে তেওঁলোকৰ মৰণপণৰ মেচখন বাতিল কৰা হৈছিল। কেকেআৰৰ এতিয়া ১৩…

তৃতীয়বাৰলৈ বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে। এই সময়ছোৱাত তেওঁৰ লগত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ প্ৰস্তাৱক গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড় উপস্থিত আছিল।…

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।…

হানী আৰু জিয়ানৰ স্বৰ্ণ পদক

সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২…

অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নুৰুদ্দিন আহমেদ ছিনি‌য়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা । ধুবুৰীত অনুষ্ঠিত নামনি অসম মণ্ডলৰ দুদিনীয়া লীগ মেচত প্ৰথম দিনৰ প্ৰথম ইনিংছত ধুবুৰীৰ বিৰুদ্ধে…

দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে। তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ ৱালেশৰ…

২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ডিজিটেল জালিয়াতি, চাইবাৰ ক্ৰাইমত দূৰসংযোগৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ কঠোৰ সিদ্ধান্ত লৈছে। চৰকাৰে ১০ মে’ টেলিকম অপাৰেটৰসকলক ২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে, এই…

ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক…

শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷…