ইউনিৰ্ভাচেল কাৰাটে ড’ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ, কৃষাঙ্গ কাশ্যপ দাস, কৃপাল কুমাৰ দাস, চিন্ময় কলিতা, নিবিড় মালাকৰ আৰু জ্যোতিৰ্ময় কলিতাই ব্লেক বেল্ট প্ৰথম ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত অনুষ্ঠিত ব্লেক বেল্টৰ পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিতি থাকে সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিছনৰ সম্পাদক চিহান দিপক জৈন। Share this:FacebookX Related Post navigation কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি