Author: Sonakshi Sarkar

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান…

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা…

প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

“পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত কালি উষ্ম সম্বৰ্দ্ধনা…

ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক

ভাৰত বায়োটেকে দাবী কৰে যে তেওঁলোকৰ ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত। ভাৰত বায়োটেকৰ এই বিবৃতিটো ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰজেনেকাৰ ইউকে আদালতত পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰৰ সময়তে আহিছে।…

ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ’ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি…

কংগ্ৰেছ দল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল দলত পৰিণত হৈছেঃভৱেশ কলিতা

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি…

পাকাবেতবাৰীৰ কাৱৈমাৰীত অগপৰ বিশাল নিৰ্ব্বাচনী সভা

নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷…

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে কে চন্দ্ৰশেখৰ ৰাওক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ…

অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে অহা বছৰ গুৱাহাটীত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সংস্থা বিডব্লিউএফে এই কথা ঘোষণা কৰে। ২০০৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে হ’ব যে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন…

টয়োটা কিৰ্লোস্কাৰ মটৰে প্ৰিমিয়াম কাৰ কেয়াৰ সমাধানৰ বাবে “টি গ্লছ” প্ৰৱৰ্তন কৰিছে

টয়োটা কিৰ্লোস্কাৰ মটৰ প্ৰাইভেট লিমিটেডে (টিকেএম) ‘গ্ৰাহক-প্ৰথম’দৰ্শনৰ সৈতে সংগতি ৰাখি বৈপ্লৱিক গাড়ী যত্নৰ ব্ৰেণ্ড “টি গ্ল’ছ” মুকলিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, এনে সুদুৰপ্ৰসাৰী পদক্ষেপৰ জৰিয়তে ব্ৰেণ্ডটোৱে গাড়ীৰ বিৱৰণৰ জগতখনত প্ৰৱেশ…