Author: Sonakshi Sarkar

ভাৰতীয় ফুটবল কেলেণ্ডাৰৰ পৰা আঁতৰিল আইএছএল

ভাৰতীয় ফুটবলৰ ২০২৫-২৬ ছিজনৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে প্ৰকাশ কৰা প্ৰতিযোগিতাৰ কেলেণ্ডাৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। দেশৰ শীৰ্ষ পুৰুষ ফুটবল লীগ হিচাপে বিবেচিত ইণ্ডিয়ান ছুপাৰ লীগক এইবাৰৰ সূচীৰ পৰা…

ভাৰতৰ হাতত মজুত ১৮০ টা পাৰমাণৱিক অস্ত্ৰ

ভাৰতত হাতত মজুত আছে ১৮০ টা পাৰমাণৱিক অস্ত্ৰ। আনহাতে, পাকিস্তানৰ হাতত আছে ১৭০ টা পাৰমাণৱিক অস্ত্ৰ। এই কথা ষ্টকহোম ইণ্টাৰনেচনেল পিচ ৰিচাৰ্ছ ইনষ্টিটিউটে বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ…

‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত আইআইটি-দিল্লী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি), দিল্লী ২০২৬ চনৰ ‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত ১২৩ নং স্থানত সৰ্বোত্তম স্থান লাভ কৰা ভাৰতীয় প্ৰতিষ্ঠান। আনহাতে, দেশৰ অভিলেখ ৫৪খন বিশ্ববিদ্যালয় আৰু…

দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে বিলত এৰিলে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা : জানুৱাৰীলৈ বন্ধ থাকিব মাছ ধৰা পৰ্ব

দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত…

২০২৭ চনৰ লোকপিয়লক লৈ অধিসূচনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সোমবাৰে এক অধিসূচনা জাৰি কৰি দেশৰ জনসংখ্যা আৰু জনগাঁথনিৰ সবিশেষ অনুমান কৰিবলৈ ২০২৭ চনত লোকপিয়ল অনুষ্ঠিত কৰিব। পূৰ্বে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া এই লোকপিয়লত এতিয়া…

আজাৰা ভি আই পিৰ আৰ আৰ চিনেমাছত ভাইমন দাৰ অভিলেখ

শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ…

২৫ জানুৱাৰীত গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি-২০ মেচ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সূচী প্ৰকাশ কৰিছে।এই ভ্ৰমণ দুয়োটা দলৰ বাবে অতি বিশেষ হ’ব, কাৰণ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে নিজকে উপযুক্ত…

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ

এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ বিমান বিশেষজ্ঞসকলে তদন্ত কৰিব, য’ত অন্তৰ্ভুক্ত আছে ব্লেক বক্সৰ সন্ধান আৰু বিশ্লেষণ। উৰণৰ ৩০ ছেকেণ্ডৰ ভিতৰতে আহমেদাবাদৰ মেঘনী নগৰৰ চিকিৎসা মহাবিদ্যালয়ৰ…

এবছৰৰ বাবে বাংলাদেশৰ এদিনীয়া অধিনায়কৰূপে মেহদী হাছান মিৰাজক নিযুক্তি

বাংলাদেশৰ এদিনীয়া অধিনায়ক হিচাপে বৃহস্পতিবাৰে অল-ৰাউণ্ডাৰ মেহদী হাছান মিৰাজক এবছৰৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাত তেওঁ প্ৰথমবাৰৰ বাবে দলটোক নেতৃত্ব দিব।…

আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

মনৱ-হাতী সংঘাত প্ৰশমন আৰু সহৱস্থানক উদগনিৰ অৰ্থে অব্যাহত ৰখা নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৰহাট জিলাৰ মুঠ আঠখন গাঁও সামৰি এতিয়ালৈকে প্ৰায় ৩০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ…