Assam বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক তৎপৰতা; ঢেকীয়াজুলিত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ February 28, 2026 Paromita আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই শনিবাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিলে শাসকীয় বিজেপি দলে। ৰাজ্যৰ জনসাধাৰণৰ সংযোগ স্থাপন আৰু পুনৰবাৰ শাসনৰ গাদী দখলৰ বাবে সমৰ্থন আদায়ৰ লক্ষ্যৰে…
Assam মণিপুৰত ড্ৰাগছসহ মহিলা আটক, গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘প্ৰেপাক’ৰ ৪ দুৰ্ধৰ্ষ কেডাৰ February 28, 2026 Paromita ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী তীব্ৰ অভিযানৰ মাজতে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ‘প্ৰেপাক’ৰ চাৰিজন দুৰ্ধৰ্ষ সদস্যক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে। শনিবাৰে মণিপুৰৰ…
Assam প্ৰতিবেশী ৰাষ্ট্ৰৰ সংঘাতৰ মাজতে ভাৰতীয়লৈ বিশেষ সতৰ্কবাণী; ইজৰাইল-ইৰাণসহ ৪ দেশত থকা নাগৰিকলৈ জাৰি এডভাইজৰী February 28, 2026 Paromita মধ্যপ্ৰাচ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনা আৰু যুদ্ধসদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চাৰিখনকৈ গুৰুত্বপূৰ্ণ দেশত থকা ভাৰতীয় নাগৰিকসকললৈ এক জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে। ইজৰাইল, ইৰাণ, চৌদি আৰৱ আৰু…
Assam অৰুণাচলত অসমৰ যুৱকক নৃশংস হত্যা; মাৰ্ঘেৰিটাত ৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ February 28, 2026 Paromita অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সংঘটিত এক মৰ্মান্তিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে অসম-অৰুণাচল সীমান্তত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। অসমৰ চৰাইদেউ জিলাৰ বগৰীবাৰীৰ ২০ বছৰীয়া যুৱক ৰাজু ভূঞাক তেওঁৰ সহকৰ্মীয়ে চুৰিকাঘাত…
Assam মেঘালয়ত ডিচিপি হ’বলৈ লাগিব বিশেষ অভিজ্ঞতা; বিধানসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক February 28, 2026 Paromita ৰাজ্যত কাম কৰাৰ অভিজ্ঞতা অবিহনে এতিয়াৰে পৰা কোনো বিষয়াই লাভ নকৰিব মেঘালয় আৰক্ষীৰ শীৰ্ষ পদ। শনিবাৰে বিধানসভাত গৃহীত হোৱা ‘মেঘালয় আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৬’ অনুসৰি, আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে…
Assam বলিভিয়াত বায়ুসেনাৰ টকাভৰ্তি বিমান দুৰ্ঘটনাগ্ৰস্ত, নিহত কমেও ১৫ জন February 28, 2026 Paromita অৱতৰণৰ সময়তে আকাশৰ পৰা খহি পৰিল এখন বায়ুসেনাৰ বিমান! এইবাৰ বলিভিয়াৰ এল অল্টো চহৰৰ আকাশত প্ৰতিধ্বনিত হ’ল মৃত্যুৰ কিৰিলি। বলিভিয়ান বায়ুসেনাৰ চি-১৩০ হাৰকিউলিছ বিমানখন ৰানৱে’ৰ পৰা পিছলি গৈ ওচৰৰ কেইবাখনো…
Assam তেহৰাণত ইজৰাইল-আমেৰিকাৰ যুটীয়া মিছাইল আক্ৰমণ! গোপন স্থানলৈ স্থানান্তৰ উচ্চতম নেতা খামনেইক February 28, 2026 Paromita মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশে আজি পুৱতি নিশা এক ভয়াৱহ ৰূপ ধাৰণ কৰে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই ইৰাণৰ ৰাজধানী তেহৰাণত এক বৃহৎ পৰিসৰৰ মিছাইল আক্ৰমণ চলোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে…
Assam ইজৰাইলত যুদ্ধৰ তীব্ৰ আশংকা ! দেশজুৰি ছাইৰেনৰ শব্দৰে জনতাক সতৰ্ক কৰিলে সামৰিক বাহিনীয়ে February 28, 2026 Paromita চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে চলি থকা সংঘাতৰ মাজতে শনিবাৰে ইজৰাইলৰ আকাশ-বতাহ কঁপাই তুলিছে বিপদ সংকেত দিয়া ছাইৰেনৰ শব্দই। দেশখনৰ সামৰিক বাহিনীয়ে ইজৰাইল অভিমুখে মিছাইল নিক্ষেপ হোৱাৰ তীব্ৰ সম্ভাৱনা থকা বুলি এক…
Assam ‘আপোনালোক কি জেমছ বণ্ড নেকি?’ ৰাজস্থান আৰক্ষীক ভৰ্ত্সনা কৰি ভিত্তিহীন এফআইআৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ February 27, 2026 Paromita দেশৰ তদন্তকাৰী সংস্থাসমূহে প্ৰথমে গুলীয়াই পাছত প্ৰশ্ন সোধাৰ যি নীতি গ্ৰহণ কৰিছে, তাক লৈ শুকুৰবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজস্থান আৰক্ষীয়ে এজন সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবী…
Assam ‘দ্য কেৰেলা ষ্টৰী ২’ৰ মুক্তিৰ পথ প্ৰশস্ত; একক বিচাৰপীঠৰ স্থগিতাদেশ খাৰিজ কেৰালা উচ্চ ন্যায়ালয়ৰ February 27, 2026 Paromita অৱশেষত আঁতৰিল বিতৰ্কিত কথাছবি ‘দ্য কেৰেলা ষ্টৰী ২: গোজ বিয়ণ্ড’ৰ মুক্তিৰ ওপৰত থকা আইনী বাধা। শুকুৰবাৰে কেৰালা উচ্চ ন্যায়ালয়ৰ এক সংমণ্ডল বিচাৰপীঠে ছবিখনৰ মুক্তিৰ ওপৰত লগোৱা ১৫ দিনীয়া অন্তৱৰ্তীকালীন স্থগিতাদেশ…