Author: Paromita

অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা; ৪৬ খন আসনত জিকাৰ দাবীৰে নিৰ্বাচনী ৰণাঙ্গনত কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত এতিয়া সৃষ্টি হৈছে এক তীব্ৰ উত্তজনাৰ। নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী কংগ্ৰেছে ৪৬…

ৰাজ্যৰ সকলো মহাবিদ্যালয় হ’ব আৱাসিক; উচ্চশিক্ষাত ১০০ শতাংশ হোষ্টেলৰ পৰিকল্পনা চৰকাৰৰ

অসমৰ উচ্চশিক্ষাৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এতিয়া পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক পৰ্যায়ক্ৰমে সম্পূৰ্ণ আৱাসিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্য লৈছে চৰকাৰে। সোমবাৰে ডিব্ৰু…

ৰাজ্যৰ চাৰি জিলাত ঘোষণা স্থানীয় বন্ধ; ফাকুৱাৰ উছাহৰ মাজতে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি এতিয়া বিৰাজ কৰিছে এক পাৰাপাৰহীন উছাহৰ। আজি পবিত্ৰ দৌল যাত্ৰা আৰু কাইলৈ হোলী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে চাৰিওফালে। ফাকুৱা উপলক্ষে মৰিগাঁও, কামৰূপ মহানগৰ, নগাঁও আৰু…

আমেৰিকা বিশ্বকাপত নেখেলিব পাৰে ইৰানে; যুদ্ধৰ পৰিৱেশৰ মাজতে ফুটবলক লৈ অনিশ্চয়তা

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰানৰ অংশগ্ৰহণক লৈ এতিয়া তীব্ৰ অনিশ্চয়তাই দেখা দিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ইৰানে বিশ্বকাপৰ পৰা নাম…

শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ; বজালীত তীব্ৰ চাঞ্চল্য

বজালী জিলাৰ বঙালীপাৰাত অৱস্থিত ষ্টেলা মেৰিছ স্কুলত সোমবাৰে এক অনাকাংক্ষিত ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। বিদ্যালয়খনৰ এগৰাকী কম্পিউটাৰ শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক শৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।…

পৰাজয়ৰ গ্লানিৰ মাজতে পাকিস্তান ক্ৰিকেটত হাহাকাৰ; প্ৰতিজন খেলুৱৈক বিহা হ’ল ৫০ লাখৰ জৰিমনা

টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ৰ পৰা লজ্জাজনক বিদায় লোৱাৰ পাছতে পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বিৰুদ্ধে অভূতপূৰ্ব কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। আইচিচিৰ এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া…

কেৱল চাহেই নহয়, ঔদ্যোগিক বিপ্লৱৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম এতিয়া কেৱল চাহ উৎপাদনকাৰী ৰাজ্য হৈ থকা নাই, বৰঞ্চ দেশৰ এক বিচিত্ৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ এই বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি…

পূৰণ নহ’ব অগপৰ ইচ্ছা! বঢ়মপুৰত জিতু গোস্বামীয়েই হ’ব বিজেপিৰ প্ৰাৰ্থী

অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই। দেওবাৰে বঢ়মপুৰৰ পুৰণিগুদামত অনুষ্ঠিত জন আশীৰ্বাদ…

জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত নতুন মোৰ; অভিযুক্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

চৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত সোমবাৰে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। আদালতৰ পৰ্যবেক্ষণত পোহৰলৈ আহে যে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছৰ…

কমাৰবন্ধাত চলন্ত ৰে’লৰ পৰা পৰি যুৱতীৰ কৰুণ মৃত্যু; উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয়

উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা পৰি সোমবাৰে কমাৰবন্ধাত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু ঘটে। কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখী ট্ৰেনখন কমাৰবন্ধা আলি ষ্টেচন পাৰ হোৱাৰ মুহূৰ্ততে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। ফৰকাটিং ষ্টেচনত…