Author: Dipshikha

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী

নীপকোৱে মুকলি কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ বৃহস্পতিবাৰে দিনত দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰে নীপকোৱে ৷সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে…

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে

ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত…

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন

যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ…

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এন​​এইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত…

নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

দিল্লীৰ যন্তৰ মন্তৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল বুধবাৰে নিশা যুদ্ধক্ষেত্ৰত পৰিণত হয় ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টী আৰু ছাত্ৰ সংগঠনে আয়োজন কৰা বিক্ষোভৰ সময়ত আৰক্ষী…

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। সম্ভাব্য প্লাৱন আৰু বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে…

দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ।চৰকাৰে যদি দিয়ে আশ্বাস, তেন্তে ভংগ কৰিম অনশন…

চি জে পিৰ আহ্বানত লাখ লাখ ছাত্ৰ- ছাত্ৰ তথা দল- সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে…

দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে

শিৱসাগৰ জিলাত দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বন্যাত সকলক উদ্ধাৰ কৰাৰ বাবে সেনাবাহিনীৰ হেলিকপ্টাৰ আৰু মটৰচালিত নাও ব্যৱহাৰ কৰা হৈছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন…

এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী

CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ’ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে…