Author: Dipshikha

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ…

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ…

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ! পৌৰসভা আৰু পৌৰ নিগম এলেকাত নতুন মদৰ দোকান খোলাৰ ক্ষেত্ৰত দূৰত্ববিধিত পৰিৱৰ্তন কৰা হৈছে। নিৰ্দিষ্ট সংৰক্ষিত প্ৰতিষ্ঠানৰ পৰা কমেও ৫০০ মিটাৰ দূৰত্ব বজাই…

১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব

নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা…

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ

পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ! পৌৰসভা আৰু পৌৰ নিগম এলেকাত নতুন মদৰ দোকান খোলাৰ ক্ষেত্ৰত দূৰত্ববিধিত পৰিৱৰ্তন কৰা হৈছে। নিৰ্দিষ্ট সংৰক্ষিত প্ৰতিষ্ঠানৰ পৰা কমেও ৫০০ মিটাৰ দূৰত্ব বজাই…

এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ স্বৰ্ণ জয়

জন্মদিনৰ দিনাই এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসমকন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখাত চীনৰ প্ৰতিদ্বন্দ্বী বাও ঝিয়িক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷কিংবদন্তি মেৰী কমৰ পাছতে এছিয়ান গেমছত…

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত…

আৰব সাগৰত জব্দ ৩ হাজাৰ কোটিৰ ড্ৰাগছ; ইৰাণী নাৱৰ পৰা ৫ পাক নাগৰিকক আটক

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট এটিএছৰ সৈতে চলোৱা যৌথ অভিযানত আৰব সাগৰত জব্দ কৰে বৃহৎসংখ্যক ড্ৰাগছ । ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু…

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ডঃ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব । সামগ্ৰিকভাৱে এইখন ষ্টেডিয়ামত তৃতীয়খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ইয়াৰ…

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ? কাৰণ ৬৮ টা বৰফ আবৃত হ্ৰদক অতি বিপদজনক বুলি চিনাক্ত কৰিছে চৰকাৰে ৷ যিকোনো মুহূৰ্ততে ৬৮ টা বৰফ আবৃত হ্ৰদৰ…