Business কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন July 21, 2024 Dipshikha কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু… পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ…
Business যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন July 21, 2024 Dipshikha যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ। পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ…
Business এইবাৰ বন গাহৰিৰ আক্ৰমণ July 21, 2024 Dipshikha নগাঁৱৰ ধিঙত বাঘৰ আতংকৰ মাজতে এতিয়া বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক । নগাঁৱৰ ধিঙৰ বিৰিঙাবাৰীত পুৱা পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰে আতাবুৰ ৰহমান নামৰ কৃষক জনক…
Business ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা July 20, 2024 Dipshikha ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা…
Business পুনৰ কোভিডৰ ভয়ংকৰ ৰূপ July 20, 2024 Dipshikha কোভিড-১৯ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই, তথাপি এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3য়ে ভয়ানক ৰূপ লৈছে। বিগত কিছু সপ্তাহত…
Business চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ July 19, 2024 Dipshikha চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ। অভিভাৱক সাৱধান হওঁক। সন্তানে বিচাৰিলেই হাতত তুলি নিদিব চিপছৰ পেকেট। অসমৰ ভোটজলকীয়া দি প্ৰস্তুত কৰা চিপছ শৰীৰৰ বাবে বিপদজনক। ভোটজলকীয়া দি প্ৰস্তুত…
Business পুনৰ স্থান লাভ ৰিয়ান পৰাগৰ July 19, 2024 Dipshikha ভাৰতীয় জাতীয় দলত পুনৰ স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ কিছুদিন পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এইবাৰ ভাৰতীয় এদিনীয়া দলটো স্থান লাভ কৰিছে…
Business শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা July 17, 2024 Dipshikha শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰড কঢ়িয়াইছিল ট্ৰাকখনে। কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। সাঁতুৰি নৈ পাৰ হয় মুকিবুৰ…
Business এইবাৰ সুদখোৰৰ ৰূপত এগৰাকী শিক্ষক July 17, 2024 Dipshikha এইবাৰ সুদখোৰৰ ৰূপত এগৰাকী শিক্ষক। কামৰূপৰ কিছমৎ নিজ গন্ধমৌ এম ই স্কুলৰ শিক্ষকৰ বিৰুদ্ধে অভিযোগ। শিক্ষক ধ্ৰুৱ মালাকাৰে দীৰ্ঘদিনে চলাইছে এই ব্যৱসায়। ৫ৰ পৰা ১০ শতাংশ মাহেকীয়া সুদত টকা ধাৰে…
Business স্পেনিছ দলটোৱে এক নতুন ইতিহাস সৃষ্টি কৰিলে July 15, 2024 Dipshikha দেওবাৰে অনুষ্ঠিত ইউৰো কাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় পঞ্জীয়ন কৰি স্পেনিছ দলটোৱে এক নতুন ইতিহাস সৃষ্টি কৰিলে। ইউৰো কাপৰ ইতিহাসত ৪ বাৰকৈ এই ট্ৰফী জয় কৰা প্ৰথমটো দল হিচাপে…