Author: Dipshikha

ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু। পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ। বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা।

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’…

বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ

বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷ ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷ সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷ বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম।

হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন

হাইলাকান্দিৰ ভোটকেন্দ্ৰত অঘটন ভোটকেন্দ্ৰৰ ভিতৰতে মৃত্যু প’লিং এজেণ্টৰ মৃত প’লিং এজেণ্টগৰাকী ফাৰুক আহমেদ মৃত ফাৰুক আহমেদ AIUDF ৰ প’লিং এজেণ্ট আছিল হাইলাকান্দিৰ গল্লাছেড়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত হৈছে এই ঘটনা কৰ্ম…

ব্যতিক্ৰম হৈছে কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে। এইবাৰ ব্যতিক্ৰম হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। কিয়নো কৰিমগঞ্জত দুটাকৈ EVMত হৈছে ভোটগ্ৰহণ। এটা EVMত আছে ১৫ গৰাকী প্ৰাৰ্থীৰ…

গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক

গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক। কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক। মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো।

সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংধী অগ্নিকাণ্ড

সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত সন্ধ্যা ডেকা নামৰ লোকজনৰ বাসগৃহ। স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপণ জুই। শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া।

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ…

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং। ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ। দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ…

মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’

‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’। এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ । IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া। যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক…