Author: Dipshikha

নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে এতিয়া চোৰৰ উপদ্ৰৱ

নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে এতিয়া চোৰৰ উপদ্ৰৱ। পবিত্ৰ শিক্ষা প্ৰতিষ্ঠানতো চোৰৰ হাতোৰা পৰা পৰিলক্ষিত হৈছে।নগাঁৱৰ ৰূপহীৰ শিঙিমাৰী বালিকা মোক্তাব বিদ্যালয়ত চোৰে চলাইছে এই চাফাই অভিযান। যোৱা নিশাত চোৰে…

মণিপুৰত বৃহৎ প্ৰতিবাদ

অসমত হোৱা এনকাউণ্টাৰৰ প্ৰতিবাদ জনাই অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ আৰু কুকিসকলে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধেও সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল…

আন এক গুলীচালনাৰ ঘটনা

হাজোৰ ভৈল্লাবড়ীত নিশা আৰক্ষীৰ গুলীচালনা । ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক গুলীচালনা আৰক্ষীৰ। নিতামণি দাসৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাহুল। ঘটনাস্থলী পৰিদৰ্শনৰ বাবে যাওতেই পলাবলৈ চেষ্টা কৰিছিল ৰাহুল। আৰক্ষীক আক্ৰমণ কৰি…

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ!

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ! শিক্ষকৰ দৰে লাভ কৰিব পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা। শিক্ষকসকলৰ দৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰী ড০…

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক!

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক! মহিলাৰ পিছত পুৰুষ দল কোৱাৰ্টাৰ ফাইনেলত উদ্বোধনৰ পূৰ্বেই অলিম্পিকৰ আৰম্ভণি খুবেই সুন্দৰ ভাৰতৰ বাবে। প্ৰথমে আৰ্চাৰীত ভাৰতীয় মহিলা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।…

অসমৰ বাবে এক ঐতিহাসিক দিন

অসমৰ বাবে এক ঐতিহাসিক দিন। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। কাজিৰঙা,মানাহৰ পিছত চৰাইদেউ…

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

নেপালৰ কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। জীৱন্তে উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ মনীষ শ্বাকিয়াক। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী…

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিচৰ

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত…

কেৰালাত বৃদ্ধি নিপাহ ভাইৰাছৰ সংক্ৰমণ

কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ। দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত…

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা। এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।…