Author: Dipshikha

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ কটকটীয়া নিৰাপত্তা

ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি সীমান্ত সুৰক্ষা বাহিনীৰ । অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমান্তত বি এছ এফয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হোৱাৰ পাচতে…

শিলছৰত প্ৰতিবাদ

শিলচৰ চহৰৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিলচৰত পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । দীৰ্ঘদিন ধৰি এই পথটোৰ বেয়া অৱস্থাৰ বাবে পথচাৰীকে ধৰি স্থানীয় ৰাইজে নিজৰ জীৱন বিপন্ন…

বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ

ৰূপহী হাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীক গ্ৰেপ্তাৰ।কলিয়াবৰ আৰক্ষী নিৱেশত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ আৰক্ষী নিৱেশত প্ৰায় ২ ঘন্টা ধৰি নগাঁও আৰক্ষী অধিক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল…

আজি পুনৰ লাভলীনাৰ যুজঁ

ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন। কিয়নো পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেল খেলিব। উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ প্ৰথমখন খেলত মহিলাৰ ৭৫কেজি শাখাৰ ১৬নং…

নগাঁৱৰ দেউৰা বিলত উচ্ছেদ

নগাঁৱৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ ৬৩ বিঘা ২ কঠা, ৪ লেচা ভূমি দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলত আছিল। থলুৱা…

জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ…

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ। কুৰিৰো অধিক লোক সন্ধানহীন। হিমাচল প্ৰদেশৰ কুলুত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰলয়ৰ। মালানা শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি হৈছে এই ডাৱৰ বিস্ফোৰণত। বানৰ প্ৰবাল সোঁতে উটুৱাই…

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে। বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।…

লখিমপুৰৰ নাওবৈছাত ভয়ংকৰ অগ্নিকাণ্ড

লখিমপুৰৰ নাওবৈচাৰ এটা ডিলাৰৰ ভয়ংকৰ অগ্নিকাণ্ড।সন্ধিয়া ৯বজাত সংঘটিত হয় অগ্নিকাণ্ড।লখিমপুৰ নাওবৈচাৰ লথৌৰ বিশ্বনাথ মহেন্দ্ৰ ডিলাৰত ভয়ানক অগ্নিকাণ্ড।অগ্নিকাণ্ডত বহু কেইখন বিলাসী বাহনৰ লগতে অন্য বাহন অগ্নিকাণ্ডত জাহ যায়।লখিমপুৰৰ পৰা অগা কেইবাখনো…

পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনাৰ খেল

পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনাৰ খেল। অসম কন্যাৰ ওপৰত ভৰসা ৰাখিছে সমগ্ৰ দেশবাসীয়ে। ষষ্ঠ শ্ৰেণীৰ সেই কণমানি লাভলীনাৰ পৰা পেৰিছ অলিম্পকলৈ এক বৰ্ণিল যাত্ৰা। ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত…