বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আটক হৈছে ৩জনকৈ যুৱক। বকোত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ “নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে”