Month: October 2026

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা বিহাৰৰ যুৱক আৰু এজন প্ৰাক্তন সেনাক গুৱাহাটীত গ্ৰেপ্তাৰ ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷শনিবাৰে মহানগৰীৰ সাতগাঁৱৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম…

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ…

দুই স্বৰ্ণজয়ীলৈ মিজোৰাম চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ ৷ ভাৰতীয় মহিলা হকী দলৰ অন্যতম স্বৰ্ণজয়ী সদস্য লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক মিজোৰাম চৰকাৰে ২৫ লাখকৈ টকা প্ৰদান কৰিব ৷বিগত ২ অক্টোবৰত জাপানৰ…

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ…

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ…

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ…

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল…

চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয়…

দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত…

গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬ অনুষ্ঠিত

দেওবাৰে গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ ‘চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬’ (SIM-26) অনুষ্ঠিত হৈ যায়। শাৰীৰিক সক্ষমতা, বীৰত্ব আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এই বিশেষ অনুষ্ঠানটোত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ দৌৰ অনুৰাগী, বায়ু সেনাৰ…