Month: October 2026

১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা দেশৰ বিভিন্ন পৰ্যায়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ সোমবাৰে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতৃত্বই ৷সোমবাৰে সভাপতি মল্লিকাৰ্জুন খাৰ্গে,…

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে প্ৰস্তুতিৰ কাম। পূজা মণ্ডপ সজাই-পৰাই তোলাৰ লগতে আলোকসজ্জা আৰু অন্যান্য…

বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কাৰাইখাইতি বজাৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই কাছুমাৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলামে কাৰাইখাইতি বজাৰত…

ঐতিহাসিক যাত্ৰা: ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ ৰাওনা হ’ল প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজ

স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰা আজিৰে পৰা ঐতিহাসিক শুভাৰম্ভ হৈছে। কেন্দ্রীয় চৰকাৰৰ বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ…

কামৰূপ জিলাৰ ৰাণীত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান

কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত পিএমশ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিত আজি সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত আয়োজিত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক…

৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। প্ৰায় ১৯ লাখ ভোটাৰে এই নিৰ্বাচনত ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চৰকাৰী…

জিৰ’ পক্ষী আৰু পখিলা মহোৎসৱৰ আৰম্ভণি; ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰ’স্থিত চেইণ্ট ক্লেৰেট মহাবিদ্যালয়ত দেওবাৰে প্ৰথমবাৰৰ বাবে ‘জিৰ’ পক্ষী আৰু পখিলা মহোৎসৱ’ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোত ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদযাপনো আৰম্ভ হৈছে।…

ব্ৰিটেইনত অসমৰ জীয়ৰীৰ স্বৰ্ণজয়, কেম্ব্ৰিজত উজ্জ্বলিল ভাৰতৰ নাম

ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয়…

ছিকিমৰ প্ৰথম চৰকাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰৰ

কেন্দ্ৰীয় শিক্ষা আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন (DoNER) মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে সোমবাৰে তেওঁৰ দুদিনীয়া ছিকিম ভ্ৰমণৰ অংশ হিচাপে হেলেন লেপচা ছিকিম চৰকাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। প্ৰতিষ্ঠানখনত উপস্থিত হোৱাৰ…

জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন

সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ…