Month: October 2026

পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

অসমৰ অন্যতম সমাজসেৱী অনুষ্ঠান “পথিক”ৰ উদ্যোগত ‘বৰবৰুৱা ক্লিনিক’ আৰু ‘চেন্টাৰ ফ’ৰ চাইট’ৰ সহযোগত আজি দিনজোৰাকৈ জালুকবাৰীৰ সমীপৰ পদুমবড়ী সামূহিক ভৱনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত…

পাছিঘাট স্মাৰ্ট চিটী মিছনৰ অধীনত কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মঙলবাৰে পাছিঘাট স্মাৰ্ট চিটী মিছনৰ অধীনত সম্পূৰ্ণ হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। ৰাজ্যখনৰ আটাইতকৈ পুৰণি চহৰখনৰ এই পৰিৱৰ্তনক সমগ্ৰ অৰুণাচলত চলি…

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ…

ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ…

মালাবাৰ গ্ৰুপৰ ২০ কোটি টকীয়া চিএছআৰ প্ৰকল্পৰ জৰিয়তে ব্যাপক সামাজিক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

দেশৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী তথা মালাবাৰ গ’ল্ড এণ্ড ডায়মণ্ডছৰ মূল কোম্পানী মালাবাৰ গ্ৰুপে কৰ্পৰেট-চৰকাৰী সহযোগিতা আৰু সামগ্ৰিক উন্নয়নক অধিক সুদৃঢ় কৰিবলৈ পশ্চিম বংগ চৰকাৰৰ সৈতে এক সন্মতি পত্ৰত স্বাক্ষৰ কৰিছে।…

আইএফকিউএম ছিম্প’জিয়াম ২০২৬: গুণগত মানদণ্ড আৰু উদ্ভাৱন হৈ পৰিছে ভাৰতৰ পৰৱৰ্তী বিকাশৰ মূল চালিকা শক্তি

নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত তৃতীয় আইএফকিউএম ছিম্প’জিয়াম ২০২৬ত উদ্যোগৰ অগ্ৰদূতসকলে কয় যে, বিশ্বজুৰি প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ভাৰতৰ লক্ষ্য গুণগত মানদণ্ড, উদ্ভাৱন আৰু পৰিসৰৰ দ্বাৰা চালিত হ’ব…

টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি

টিভিএছ মটৰে সোমবাৰে ওড়িশাৰ কটকত এটা দিনতে আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ ১০০তকৈও অধিক বাহন গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হয়, যিয়ে ফেষ্টিভ ছিজনত এই বৈদ্যুতিক স্কুটাৰখনৰ প্ৰতি গ্ৰাহকৰ তীব্ৰ সঁহাৰিৰ দিশটো…

ইভি বাহন আৰু আন্তঃৰাষ্ট্ৰীয় বিক্ৰী দ্ৰুততৰ হোৱাৰ ফলত টিভিএছ মটৰে দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰিছে ২৭% বৃদ্ধি

টিভিএছ ভেন্যুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত দুচকীয়া বাহনৰ বিক্ৰীত ২৭% বৃদ্ধিৰ কথা সদৰি কৰিছে। এই পৰিসংখ্যাই কোম্পানীটোৰ বিক্ৰী পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ একে ত্ৰৈমাসিকৰ ১.৫ নিযুত…

৩০ অক্টোবৰত আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান

গুৱাহাটীৰ আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (RGU) ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই সমাৱৰ্তনত নিজ নিজ…

ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

বিশ্বজুৰি পুনৰ মহামাৰী প্লেগ (Plague) ৰোগৰ আতংকৰ সৃষ্টি হৈছে ৷ ক’ভিড মহামৰীতকৈও অধিক ভয়াৱহ প্লেগ বেমাৰ ৰাছিয়াৰ পৰা বিয়পিছে বুলি বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ৷ যাৰ বাবে ৰাছিয়াৰ ২০০ জনৰো…