Month: October 2026

ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা)…

বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল

তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ…

আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলি দিল্লী আৰক্ষীক এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে। নিৰ্বাচন আয়োগৰ…

নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

নিৰ্বাচন আয়োগক মুকলিকৈ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰে প্ৰাক্তন ন্যায়াধীশৰ ৰোষত পৰিল ন্যায়াধীশ উজ্জ্বল ভূঞা। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে ন্যায়াধীশ ভূঞাই কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি…

ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ

ব্ৰিটেইনৰ কেম্ব্ৰিজত অনুষ্ঠিত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত অসাধাৰণ সফলতা অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ কৃতি ধানুকাই। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত চেলৱিন…

মেঘালয়ত SIR-ত ১,৫১০ জন ভোটাৰ অযোগ্য বুলি বিবেচিত: মুখ্য নিৰ্বাচনী বিষয়া বি ডি আৰ তিৱাৰী

মুখ্য নিৰ্বাচনী বিষয়া বি ডি আৰ তিৱাৰীয়ে ৬ অক্টোবৰত জনোৱা মতে, চলি থকা বিশেষ নিবিড় সংশোধন (SIR)ৰ অধীনত শুনানিৰ পাছত মেঘালয়ৰ চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ১,৫১০ জন ভোটাৰক অযোগ্য…

নতুন অ’টমেটিক আৰু এআই-চালিত বৈশিষ্ট্যসমৃদ্ধ স্কোডা শ্লেভিয়াৰ মূল্য ৯.৯৯ লাখৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

স্কোডা অট’ ইণ্ডিয়াই নতুন শ্লেভিয়া বাহনৰ মূল্য সদৰি কৰিছে, য’ত উন্নীতকৰণ কৰা চেডানখনৰ মূল্য ৯.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে আৰু অহা সপ্তাহৰ পৰা বাহনখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ভাৰতৰ বাবে…

ষ্টেট লেভেল আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে সাজু হৈছে টাৱাং

৫ম ৰাজ্যিক পৰ্যায়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে মঙলবাৰে টাৱাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিনচিন লেটাৰ অধ্যক্ষতাত এখন সমন্বয় সভা অনুষ্ঠিত হয়। এই চেম্পিয়নশ্বিপ ২০২৬ চনৰ ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ টাৱাঙৰ…

শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নগাঁও লোকসভা উপ-নিৰ্বাচন; ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড

মঙলবাৰে অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত সন্ধিয়া পৰ্যন্ত ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। দিনটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ সমষ্টিটোতে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা…

হস্ততাঁত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত উন্নতমানৰ উৰামাকোঁ তাঁতশাল বিতৰণ

অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বাথান ভাটিচুবা ৰাজহুৱা খেলপথাৰত আয়োজিত এক বিশেষ সমাৰোহত শিপিনীসকলৰ মাজত উন্নতমানৰ উৰামাকোঁ তাঁতশাল আৰু…