Assam ১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ October 8, 2026 Paromita ১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড…
Assam দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ October 8, 2026 Paromita মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা…
Business গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক October 8, 2026 Dipshikha গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক ৷ আৰক্ষীৰ জালত শিশু, মহিলাসহ অবৈধ বাংলাদেশী নাগৰিক ৷অবৈধ বাংলাদেশী নাগৰিকক আশ্ৰয় দিছে পল্টনবজাৰৰ একাংশ হোটেল কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে চলোৱা…
Business বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত October 8, 2026 Dipshikha ইনষ্টাগ্ৰামৰ জৰিয়তে অভিজাত শ্ৰেণীৰ লোকক টাৰ্গেট কৰা বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত যোৰহাট আৰক্ষীৰ । যুৱতী, মহিলাসহ তিনি যুৱকক গ্ৰেপ্তাৰ ।এই চক্ৰটোৱে তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এজন মেনেজাৰক প্রেমৰ জালত…
Business দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা October 8, 2026 Dipshikha দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা ৷ দিল্লীৰ সীমাপুৰীৰ ঈদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচ মহলীয়া অট্টালিকা বুধবাৰে ভাঙি পৰে। ইয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।খবৰ অনুসৰি…
Business নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ October 8, 2026 Dipshikha নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নানা পাটেকাৰৰ মৃত্যুত বলিউডৰ লগতে ৰাজনৈতিক জগততো শোকৰ ছা পৰিছে ৷ মণিপাল হাস্পতালে তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে ৷গোৱাৰ মণিপাল হাস্পতালে…
Assam নগাঁও সংসদীয় সমষ্টিত ৭৬.১৯% ভোটদানেৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন October 7, 2026 Tarali ৯নং নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ৬ অক্টোবৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়। নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাৰ পৰা পোৱা তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা…
Business আইচিআইচিআই বেংকৰ ফেষ্টিভ বোনাঞ্জা মুকলি: শ্বপিং, ভ্ৰমণ আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত লাভ কৰিব আকৰ্ষণীয় ৰেহাই October 7, 2026 Business Bureau আইচিআইচিআই বেংকে ফেষ্টিভ ছিজন চমু চাপি অহাৰ লগে লগে গ্ৰাহকসকলৰ বাবে পুনৰ আগবঢ়াইছে বাৰ্ষিক উৎসৱকালীন উপহাৰ ফেষ্টিভ বোনাঞ্জা। এই বোনাঞ্জাৰ অধীনত অনলাইন শ্বপিং, ম’বাইল ফোন, ইলেক্ট্ৰনিক্স, ভ্ৰমণ, ফেশ্বন, আচবাব আৰু…
Business এমএছএমইসমূহক গুণগত মানদণ্ডক প্ৰতিযোগিতামূলক ক্ষমতাৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে আইএফকিউএমে October 7, 2026 Business Bureau নতুন দিল্লীত অনুষ্ঠিত আইএফকিউএম সন্মিলন ২০২৬ৰ দ্বিতীয় দিনা উদ্যোগ খণ্ডৰ নেতৃবৃন্দই কয় যে, ভাৰতীয় এমএছএমইসমূহে গোলকীয় প্ৰতিযোগিতাত নিজকে শক্তিশালী কৰিবলৈ ডিজাইন, উৎপাদন আৰু সামগ্ৰী যোগান ধৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত গুণগত মানদণ্ডৰ…
Assam অসমৰ কৃষিখণ্ডক আধুনিক আৰু বজাৰমুখী কৰি তুলিবলৈ চৰকাৰী পদক্ষেপৰ সৈতে বেচৰকাৰী খণ্ডৰ সমন্বয় অতি প্ৰয়োজনীয়: মন্ত্ৰী হাজৰিকা October 7, 2026 Tarali অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত “অসম চি এছ আৰ ঘূৰণীয়া মেজমেল”ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি, কৃষকৰ জীৱিকা আৰু…