Business হাইব্ৰিড এছডি-ৱান সেৱা অধিক শক্তিশালী কৰিবলৈ চিচকোৰ সৈতে অংশীদাৰিত্ব ভি বিজনেছৰ October 3, 2026 Business Bureau ভোডাফোন আইডিয়া লিমিটেডৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে বৃহস্পতিবাৰে চিচকোৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। ক্ৰমবৰ্ধমান ক্লাউড এডপচন আৰু সৰ্বত্ৰ ব্যাপ্ত কাৰ্যকলাপৰ মাজতে উদ্যোগসমূহক নিজৰ নেটৱৰ্ক আন্তঃগাঁথনি আধুনিকীকৰণ কৰাত সহায়…
Business বিভিন্ন প্ৰৱঞ্চনামূলক চাকৰিৰ অফাৰৰ মাজতে ৰাছিয়াৰ সামৰিক বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত দেশবাসীক কেন্দ্ৰীয় চৰকাৰৰ সাৱধানবাণী October 3, 2026 Business Bureau ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ এক নতুন সতৰ্কবাণী জাৰি কৰিছে। ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানে ভাৰতীয় লোকসকলক গুৰুতৰ আৰু মাৰাত্মক বিপদৰ মুখলৈ ঠেলি দিব পাৰে…
Business টিভিএছ মটৰে ডিচেম্বৰ মাহত গোৱাত অনুষ্ঠিত কৰিব মট’চ’লৰ ষষ্ঠ সংস্কৰণ October 3, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে ফ্লেগশ্বিপ মটৰচাইকেল উৎসৱৰ ষষ্ঠ সংস্কৰণ টিভিএছ মট’চ’ল ৬.০ চলিত বৰ্ষৰ ১১ আৰু ১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।এই দুদিনীয়া উৎসৱত বাইক আৰোহী, ৰেচাৰ, ক্ৰিয়েটৰ, সংগীতজ্ঞ…
Business ছেপ্টেম্বৰত নিচান ইণ্ডিয়াৰ ১০০% ঘৰুৱা বৃদ্ধি, ১০,০০০খন বাহনৰ পাইকাৰী বিক্ৰীৰ সীমা অতিক্ৰম October 3, 2026 Business Bureau নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ফেষ্টিভ ছিজনৰ পূৰ্বে নিজৰ ব্যৱসায়িক গতি ত্বৰান্বিত কৰাৰ ফলত ছেপ্টেম্বৰ মাহত মুঠ ১০,০২৫ ইউনিট পাইকাৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত ঘৰুৱা বজাৰত ৩,৩০০ ইউনিট…
Assam ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকত বহিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ; বাতিল হ’ল প্ৰস্তাৱিত আলোচনা October 3, 2026 Paromita সংবিধানৰ সম্ভাব্য ন্যায়িক পৰ্যালোচনাৰ যুক্তি দাঙি ধৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ বিষয়ক সংসদীয় যৌথ সমিতিৰ সৈতে হ’বলগীয়া এক প্ৰস্তাৱিত বৈঠক। অহা ৬ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ…
Assam পিএমঅ’ৰ ভুৱা বিষয়াৰূপে নবান্নত মন্ত্ৰীৰ সৈতে বৈঠক; দিল্লীৰ পৰা মহিলাক গ্ৰেপ্তাৰ হাওৰা আৰক্ষীৰ October 3, 2026 Paromita প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ ভুৱা পৰিচয় দি পশ্চিম বংগৰ ৰাজ্যিক সচিবালয় ‘নবান্ন’ত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ এজন মন্ত্ৰীক সাক্ষাৎ কৰা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই কাণ্ডৰ মূল অভিযুক্ত…
Assam দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; আজিৰ পৰা আৰম্ভ জীপ ছাফাৰী October 3, 2026 Paromita প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী অনুৰাগীসকলৰ বাবে সুখবৰ। আজিৰে পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে দেশী-বিদেশী পৰ্যটকৰ বাবে দ্বাৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত…
Assam মুখ্যমন্ত্ৰীৰ চকু কাঢ়ি লোৱাৰ ভাবুকি বদৰুদ্দিন আজমলৰ; কংগ্ৰেছৰ নিৰ্বাচনী সভাত ক’লা পতাকা প্ৰদৰ্শন, উত্তাল ৰূপহীহাট October 3, 2026 Paromita নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে নগাঁৱৰ ৰাজনৈতিক বতাহ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু উত্তপ্ত পৰিস্থিতি।…
Assam কৰ্ণাটকত খৰাং পৰিস্থিতিৰ ভয়াৱহ ৰূপ; প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি তাৎক্ষণিক সাহায্যৰ দাবী মল্লিকাৰ্জুন খাৰ্গেৰ October 3, 2026 Paromita কৰ্ণাটকৰ ভয়াৱহ খৰাং পৰিস্থিতি আৰু কৃষকৰ চৰম দুৰ্দশাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। শুকুৰবাৰে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এই কথা সদৰী কৰি তেওঁ…
Assam গুৱাহাটীত ৰাজ্যপালৰ নেতৃত্বত ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ৰ পষেকজোৰা কাৰ্যসূচীৰ সামৰণি October 2, 2026 Tarali অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত চলি থকা ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সামৰণি পৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত শ শ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক, এনচিচি…