Assam গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি August 5, 2026 Sonakshi Sarkar টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে…
Business গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান August 5, 2026 Dipshikha ‘গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে…
Business লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে August 5, 2026 Dipshikha লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায়…
Business পুনৰ ভাইৰাছৰ সংক্ৰমণ August 5, 2026 Dipshikha চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ’ব পৰা ভাইৰাছ। ই শিশুসকলৰ…
Business ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ August 5, 2026 Dipshikha ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে…
Latest News ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে মেঘালয়ক জল জীৱন মিছন ২.০ ৰ অধীনত ৩৩৬.৬২ কোটি টকা অনুমোদন কৰিলে কেন্দ্ৰই August 5, 2026 Tarali কেন্দ্ৰই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে জল জীৱন মিছন (JJM) ২.০ ৰ অধীনত মেঘালয়ক ৩৩৬.৬২ কোটি টকাৰ অনুদান অনুমোদন কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ গ্ৰাম্য খোৱাপানী আন্তঃগাঁথনি আঁচনিত এক বৃহৎ গতি প্ৰদান…
Assam জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সংকল্প; অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ পূৰ্তিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাৰ্তা August 5, 2026 Paromita অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক…
Business হিমালয়ত বিশাল কনভয়েৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰে নতুন মাইলৰ খুঁটি নিচান টেক্টনৰ August 5, 2026 Business Bureau নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৬০খন সম্পূৰ্ণ নতুন নিচান টেক্টন প্ৰিমিয়াম এছইউভিৰ এটা কনভয়ে লেহ চহৰত উপস্থিত হৈ এই সফলতা…
Assam অসমৰ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বানত মৃত্যু হোৱা ১০ জনৰ পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰিলে August 4, 2026 Tarali অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উচ্চ অসমত পাঁচদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি শিৱসাগৰত বানাক্ৰান্ত লোকৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই সময়তে…
Assam অসমৰ শিবিৰত চি.আৰ.পি.এফ. জোৱানৰ গুলীবৰ্ষণ: দুই সতীৰ্থক হত্যা, এজনক জখম কৰি নিজে আত্মঘাতী August 4, 2026 Tarali সোমবাৰে ৰাতিপুৱা অসমৰ নগাঁও জিলাৰ কাটিমাৰীস্থিত ৩৪ নম্বৰ বেটালিয়ন চি.আৰ.পি.এফ. শিবিৰত এজন চি.আৰ.পি.এফ. জোৱানে তেওঁৰ দুই সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে আন এজনক আহত কৰি নিজে আত্মঘাতী হয়।প্ৰাথমিক তথ্য অনুসৰি,…