Assam ধৰ্মীয় আইন থাকিলে মহিলাই কেতিয়াও সম অধিকাৰ নাপায়ঃ ইউচিচিৰ পোষকতা তছলিমা নাছৰিনৰ August 4, 2026 Paromita যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা…
Assam সহকৰ্মীলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি চৰম সিদ্ধান্ত চিআৰপিএফ জোৱানৰ; যোৰহাটৰ চিআৰপিএফ শিবিৰত নিহত ৩ August 4, 2026 Paromita প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই…
Assam ব্ৰহ্মপুত্ৰ ব’ৰ্ডে এবিধীয়া জল সংৰক্ষণ সজাগতা অভিযান সম্পন্ন কৰিলে August 4, 2026 Tarali প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫তম সংস্কৰণত কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু জল শক্তি মন্ত্ৰণালয়ে আৰম্ভ কৰা দেশব্যাপী #CatchTheRain অভিযানৰ অংশ হিচাপে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গুৱাহাটীত এবিধীয়া জল সংৰক্ষণ…
Business চেন্নাই উৎপাদন কেন্দ্ৰৰ মালিকীস্বত্ব সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে ৰেন’ই August 4, 2026 Business Bureau ৰেন’ গ্ৰুপে স্পষ্ট কৰি দিছে যে চেন্নাইস্থিত উৎপাদন কেন্দ্ৰটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই সম্পূৰ্ণৰূপে কোম্পানীটোৰ মালিকীস্বত্বৰ অধীনত আছে। ইয়াৰ সৈতে সংগতি ৰাখি অংশীদাৰ আৰু সংবাদ মাধ্যমক ভৱিষ্যতৰ সংবাদ বা…
Business ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে প্ৰথম অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰশ্বিপৰ জৰিয়তে অসমত অধিক শক্তিশালী কৰি তুলিছে নিজৰ ব্যৱসায়িক স্থিতি August 4, 2026 Business Bureau তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ টাইটেল স্পনছৰ ৰূপে সহযোগিতাৰ কথা সদৰি কৰিছে। এই ঘোষণাৰ লগে লগে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে ইম্পেৰিয়েল ব্লু পেকেজড…
Business জুলাই মাহত অভিলেখসংখ্যক ৬.৩০ লাখ বাহন বিক্ৰী কৰে টিভিএছ মটৰে August 4, 2026 Business Bureau টিভিএছ মটৰ কোম্পানীয়ে সোমবাৰে জুলাই মাহৰ বিক্ৰীৰ খতিয়ান দাঙি ধৰি সৰ্বাধিক মাহেকীয়া বিক্ৰী হোৱাৰ কথা সদৰি কৰিছে। ২০১৬ চনৰ জুলাই মাহত কোম্পানীটোৱে ৬,২৯,৬৭৫খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হয়, যি যোৱা…
Assam কোকৰাঝাৰ প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ; ২৮ জুলাইৰ ৰাইমনা গুলীচালনাত নিহত যুৱকৰ মৃত্যুৰ ঘটনা August 3, 2026 Tarali কোকৰাঝাৰ জিলা প্ৰশাসনে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন সুৰক্ষা কৰ্মীৰ গুলীচালনাত নিহত ফুংখা বসুমতাৰীৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনা ২৮ জুলাইত…
News Sports কমনৱেলথৰ সোণৰ বিজয়ী মীৰাবাই চানুক লগ কৰিলে মন্ত্ৰী সিন্ধিয়াই; উত্তৰ-পূবৰ বাবে ‘এখন ৰাজ্য, এখন খেল’ আঁচনিৰ আলোচনা August 3, 2026 Tarali গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত টানা তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পিছত বিশ্বখ্যাত ভাৰোত্তোলক মীৰাবাই চানুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতীৰাদিত্য…
Assam উচ্চ অসমৰ বানপ্ৰপীড়িত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সাহায্য আৰু ক্ষতিপূৰণৰ আশ্বাস August 3, 2026 Tarali অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উচ্চ অসমৰ শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিস্থিতি বুজিবলৈ নাজিৰা, মাহমৰা আৰু সোণাৰি বিধানসভা সমষ্টিৰ বানপ্ৰপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপ্ৰপীড়িত…
Business ঘৰুৱা বিক্ৰীত ২১৮% উত্থানেৰে ভাৰতত বিকাশৰ গতি তীব্ৰতৰ কৰিছে নিচানে August 3, 2026 Business Bureau নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ সম্পূৰ্ণ নতুন নিচান টেক্টন এছইউভিৰ শুভাৰম্ভণি আৰু এক সম্প্ৰসাৰিত সামগ্ৰী পৰ্টফ’লিঅ’ৰ সহায়ত নিজৰ ঘৰুৱা ব্যৱসায়ত এক তীব্ৰ ৰূপান্তৰৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে ২০২৬ চনৰ জুলাই…