Month: August 2026

“এই সংকটত অসমৰ কাষত আছো”: বংগৰ মুখ্যমন্ত্ৰীৰ ১০ কোটি টকাৰ সাহায্য

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে বানপীড়িত অসমৰ বাবে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য বিধানসভাৰ বিশেষ একদিনীয়া অধিৱেশনত ভাষণ প্ৰসংগত অধিকাৰীয়ে কয়,…

ওড়িশাৰ ভুৱনেশ্বৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত”গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা” শীৰ্ষক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।…

যাদুৰ দেশ মায়ংৰ আঁৰত প্ৰাচীন সভ্যতা: নতুন আৱিষ্কাৰে দাঙি ধৰিলে ঐতিহ্য

অসমৰ মৰিগাঁও জিলাৰ ঐতিহাসিক কছশিলা শিৱ আশ্ৰমত হোৱা পুৰাতাত্ত্বিক আৱিষ্কাৰসমূহে এই অঞ্চলৰ সমৃদ্ধ আৰু প্ৰাচীন সাংস্কৃতিক ইতিহাসৰ প্ৰমাণ আৰু শক্তিশালী কৰিছে। হাতিমুৰীয়া গাঁৱৰ এই মন্দিৰত নতুন গৃহ নিৰ্মাণৰ বাবে চলি…

পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ

হাইনেকেন কোম্পানীৰ অধীনস্থ ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)-এ অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰি তুলিবলৈ ১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষৰ বলিয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে…

শিক্ষাৰ্থী আৰু কৰ্মজীৱীক উদ্দেশ্যি এইচপি অম্নিপেড ১২ ভাৰতত মুকলি, মূল্য ৪৮,৯৯৯ টকা

এইচপি ইণ্ডিয়াই ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে এইচপি অম্নিপেড ১২—যি এক ২-ইন-১ ডিভাইচ। এই ডিভাইচটো বিশেষকৈ ছাত্ৰ-ছাত্ৰী, প্ৰথমবাৰ ব্যৱহাৰকাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ কৰ্মজীৱীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে,…

৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ…

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ। জিলাখনৰ নীতি উপত্যকাৰ যোশীমঠ-মলৰী পথত অৱস্থিত তমাক নালা অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ফলত এক প্ৰচণ্ড পানীৰ ঢল নামি আহে। পানীৰ ঢলে চমলীত ব্যাপক তাণ্ডৱ চলাই…

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা

ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক…

অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে।…

দুদিনৰ বাবে জনতাৰ বাবে মুকলি কৰা হ’ব শতিকা গৰকা লোক ভৱনৰ দ্বাৰ, জানক সৱিশেষ

দুদিনৰ বাবে সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব লোক ভৱনৰ দুৱাৰ। ৮০সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৫ আৰু ১৬ আগষ্টত জনতাৰ বাবে খুলি দিয়া হ’ব মেঘালয়ৰ শতিকা গৰকা…